ৰাজ্যৰ স্বাস্থ্য বিভাগৰ পয়ালগা ছবি । ৰাতিপুৱা ১১ বজাৰ পিছতো চিকিৎসালয়ত উপস্থিত নহয় চিকিৎসক । বুধবাৰে ওদালগুৰি জিলাৰ ধনশিৰিৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত সময়মতে চিকিৎসক উপস্থিত নোহোৱাত ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। । ভেকচিন বিচাৰি ৰাতিপুৱাৰে পৰা চিকিৎসালয়খনত স্থানীয় ৰাইজ ভিৰ কৰি আছিল যদিও ১১ বজাৰ পিছতো চিকিৎসালয় খনত চিকিৎসক উপস্থিত নোহোৱাৰ অভিযোগ একাংশ ৰোগীৰ ।ফলত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে ৰোগীৰ মাজত সৃষ্টি হয় বিৰূপ প্ৰতিক্ৰিয়াৰ । ইফালে মাহত অধিকাংশ দিনেই চিকিৎসালয় খনত চিকিৎসক দেৰিকৈ উপস্থিত হয় বুলি চিকিৎসালয় খনৰ এগৰাকী নাৰ্চে অভিযোগ উত্থাপন কৰিছে । যিসময়ত চৰকাৰে কৰণা ভেকছিনৰ প্ৰতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে তেনে সময়তে এই সকল চিকিৎসকে নিজৰ কৰ্মৰ প্ৰতি গাফিলতি কৰি চৰকাৰৰ নীতি নিৰ্দেশনাক ভেঙুচালি কৰা পৰিলক্ষিত হৈছে ।এনেবোৰ চিকিৎসকক নাকি লগাবলৈ স্থানীয় ৰাইজে দাবী জনাইছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ভাৰতীয় দলৰ এদিনীয়া দলৰ পৰা বাদ পৰাৰ পিছত কি ক’লে শিখৰ ধাৱনে?
- ফুলকবিত থাকে বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান। কিন্তু, ফুলকবি অত্যাধিক সেৱন স্বাস্থ্যৰ বাবে ক্ষতিকাৰক কিয়…
- দদৰা গোপালথান স্কুল প্রাঙ্গণত বিহু নাচ আৰু ঢোল বাদনৰ কর্মশালা
- দৰঙৰ ঐতিহ্যমণ্ডিত শলগুৰি সত্ৰৰ ২০০ বছৰীয়া জয়ন্তী উৎসৱত কেন্দ্ৰীয় মন্ত্ৰী
- ৰংচঙী গাঁও পঞ্চায়তক দুলিয়াজান বিধান সভা সমষ্টিৰ পৰা পৃথক কৰিব বিচৰা কাৰ্যৰ বিৰোধিতাৰে পাখৰীজনীয়াত বিশাল ৰাজহুৱা সভা
- নাজিৰাৰ গেলেকীত এক বিনামূলীয়া স্বাস্থ্য শিবিৰ
- মানিকপুৰত ভয়ঙ্কৰ পথ দুৰ্ঘটনা
- কুঁহিয়াৰৰ ৰসৰ গুণাগুণ জানো আহক…
- ৰাখী সাৱন্তে ৰাখিলে প্ৰথমটি ৰোজা ! আল্লাহু লিখাৰ বাবে অনুৰাগীৰ খং…
- ম্যানমাৰৰ সেনাই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত অৱস্থিত জনপ্ৰতিৰক্ষা বাহিনীৰ শিবিৰত বিমান আক্ৰমণ চলাই…