In a series of significant community engagement initiatives and welfare programmes under its Civic Action Program in NE,1st Battalion Sashastra Seema under the command of Sh. Anuj Kumar, Officiating Commandant conducted a vocational training on tailoring at Sariahtali village under its C Coy Nalbari.
The opening ceremony was attended by Secretary,Sariahtali Village Committee and other prominent persons of the village and the women trainees. Sewing machines will be distributed after the completion of the training.
Such events create and develop a good sense of security among the local people and SSB.The SSB is always with the common people and doing its best for the welfare of the local people in the area.
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্চসপ্ততিতম্ প্ৰতিষ্ঠা দিৱস তথা মহাৰজত জয়ন্তী উদযাপন বৰ্ষৰ অংশ হিচাপে আয়োজন কৰা “প্লেটিনাম জুবলি ক্ৰিকেট টুৰ্ণামেণ্ট – ২০২৪” ত (আন্ত: বিশ্ববিদ্যালয় আৰু আন্ত: মহাবিদ্যালয় পৰ্যায়ৰ) চূড়ান্ত বিজয়ী দ’লৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে ৷ যোৱা ৩১ জানুৱাৰীৰ নিশা গুৱাহাটী বিশ্ববিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ফাইনেল খেলখনত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দ’লটিয়ে ধমধমা আঞ্চলিক মহাবিদ্যালয়ক ১০ উইকেটত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰে ৷
প্ৰথমে বেটিং কৰি ধমধমা আঞ্চলিক মহাবিদ্যালয়ৰ দ’লটিয়ে ৮ অভাৰত ৫৬ ৰানহে কৰিবলৈ সক্ষম হয় ৷ প্ৰত্যুত্তৰত শংকৰদেৱ বিশ্ববিদ্যালয়ে কোনো উইকেট নেহেৰুৱাকৈ ৫ অভাৰতে বিজয় লক্ষ্যত উপনীত হয় ৷ ফাইনেল খেলত দমনীয় প্ৰদৰ্শন আগবঢ়োৱা বিশ্ববিদ্যালয়খনৰ ৰবি প্ৰসাদ শৰ্মাক মেন অফ দ্য মেছ আৰু ধমধমা আঞ্চলিক মহাবিদ্যালয়ৰ হিৰকজ্যোতিক মেন অফ দ্য ছিৰিজ হিচাপে ঘোষণা কৰা হয় ৷
নিশা আয়োজিত বঁটা বিতৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সম্পাদক অধ্যাপক জগদীশ শৰ্মা, বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক প্ৰশান্ত শৰ্মা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক মৃণাল কুমাৰ বৰাই ৷ উল্লেখ্য, শংকৰদেৱ বিশ্ববিদ্যালয়ে বৰক্ষেত্ৰী কলেজ, বি বৰুৱা কলেজ, ভট্টদেৱ বিশ্ববিদ্যালয়ক পৰাস্ত কৰি ফাইনেল খেলাৰ সুযোগ লাভ কৰিছিল ৷ বিশ্ববিদ্যালয়খনৰ এই সফলতাত উপাচাৰ্য, পঞ্জীয়কৰ লগতে অধ্যাপক-অধ্যাপিকা, বিষয়া-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীসকলে দলটিলৈ শুভেচ্ছা জ্ঞাপন কৰিছে ৷
চাহৰ লগত নিমখীয়া বস্তু খাই সকলোৱে ভালপায়, কিন্তু ইয়াৰ দ্বাৰা স্বাস্থ্যৰ ক্ষতিৰ বিষয়ে যদি আপুনি জানে তেন্তে ভুলতেও এই কাম নকৰিব। চাহৰ লগত পকৰা খোৱাটো এটা সুস্বাদু সংমিশ্ৰণ বুলি গণ্য কৰা হয়, বাৰিষাৰ সময়ত ইয়াৰ আনন্দ অলপ বেছিকৈ বৃদ্ধি পায়। ভাৰতত চাহপ্ৰেমীৰ সংখ্যা অতি বেছি, পানীৰ পিছত ইয়েই আটাইতকৈ বেছি খোৱা পানীয়। চাহ খালে সতেজতা লাভ কৰে আৰু টোপনি আঁতৰে। আমাৰ বেছিভাগেই জানো যে চাহ খোৱাৰ অসুবিধা আছে, যেনে কোষ্ঠকাঠিন্য আৰু এচিডিটি বৃদ্ধি।যিহেতু ইয়াত চেনি থাকে গতিকে ডায়েবেটিছ ৰোগৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। কিন্তু আপুনি জানেনে যে চাহৰ লগত আন কিছুমান বস্তু খোৱা উচিত নহয়, কাৰণ ই স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক বুলি প্ৰমাণিত।