১) শৰীৰত যদি কোনো ধৰণৰ সংক্ৰমণ হয় তেন্তে এই চাহ আঁতৰোৱাত সহায়ক হয়। ২) এই চাহে মেটাবলিক চিনড্ৰম প্ৰতিৰোধ কৰে। এই চিনড্ৰম মেদবহুলতাৰ সৈতে জড়িত বুলি ধৰা হয়। বিপাকীয় পৰিৱৰ্তনৰ বাবে পেটৰ চাৰিওফালে চৰ্বি বৃদ্ধি পায়। ৩) হালধি চাহ খালে কলেষ্টেৰলৰ সম্ভাৱনা হ্ৰাস পায়। লগতে শৰীৰত তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰিত হৈ থাকে। ৪) ইয়াৰ ফলত হজম শক্তি উন্নত হয়। ভাল হজম শক্তিৰ বাবে গেছ আৰু পেট ফুলাৰ দৰে কোনো সমস্যা নহয়।
বিজয়ী দলে চাৰি লাখ, ৰানাৰ্ছআপ দলে দুই লাখ, ছেমিফাইনেল পৰাস্ত হোৱা উভয় দলে ৫০ হেজাৰকৈ আৰু কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হোৱা দলে ২৫ হেজাৰকৈ টকা লাভ কৰে৷ উল্লেখ্য যে প্ৰতিযোগিতালৈ অসমৰ ক্ৰীড়া বিভাগেও দল প্ৰেৰণ কৰিছিল যদিও বয়সৰ পৰীক্ষাতে ব্যৰ্থ হৈ এখনো মেচত অংশ ল’ব নোৱাৰিলে৷ অথচ লাখ টকা খৰছ কৰি বিভাগে অসমত প্ৰতিযোগিতা আয়োজন কৰিছিল৷