Breaking

কনিষ্টবল নিযুক্তি সন্ধৰ্ভত পার্থ সাৰথি মহন্তৰ সংবাদমেল….

0 81

পার্থ সাৰথি মহন্তৰ সংবাদমেল । অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদত বহিবলৈ অহা শতাধিক প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ ।২০১৮ চনতে হোৱা কনিষ্টবল পৰীক্ষাৰ ফলাফল বিচাৰি প্ৰতিবাদত বহিবলৈ আহিছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক পৰীক্ষাৰ্থী কিন্তু প্ৰতিবাদৰ আৰম্ভণিতে বাধা প্ৰদান আৰক্ষীৰ ।প্ৰতিবাদকাৰী সকলক আটক কৰি লৈ যোৱা হ’ল পাণবজাৰ থানালৈ ।

বাছৰ ভিতৰৰ পৰাই ন্যাৰ্য প্ৰাপ্তিৰ দাবী তুলিলে প্ৰতিবাদকাৰীসকলে ।সমগ্ৰ ঘটনাৰ তদন্তৰ তাৎক্ষণিক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ক্ষীপ্ৰতাৰে কৰিছে তদন্ত। সমগ্ৰ প্ৰতিবাদৰ বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে । এটা পৰীক্ষা পাতিলে ফলাফলৰ বাবে ৬ মাহ সময় লাগে । ১৭মাৰ্চত হৈছিল কনিষ্টবল লিখিত পৰীক্ষা ।এই আন্দোলন অতি অস্বাভাৱিক ।

৯১৭১ টা পদৰ বাবে আবেদন কৰিছিল প্ৰায় গৰাকী ৪লাখ প্ৰাৰ্থীয়ে ।আমি এটা গোচৰ পঞ্জীয়ন কৰিছো।আমি ১০০ত কৈ বেছি প্ৰতিবাদকাৰী গ্ৰেপ্তাৰ কৰিছো এই সকল গ্ৰেপ্তাৰ হোৱা প্ৰতিবাদকাৰী কাৰাগাৰলৈ যাব ।

Leave A Reply