Breaking

অসমৰ আকাশত উৰিল পৱনহংসৰ বিমান

0 80

ৰাজ্যবাসীৰ বাবে এক সুখবৰ।

আজিৰে পৰা অসমৰ আকাশত উৰিল পৱনহংসৰ বিমান।

ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, গুৱাহাটীলৈ চলিব এই সেৱা।

সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে উপলব্ধ হ’ব এই সেৱা।

Leave A Reply