Breaking

প্ৰাতঃভোজনত ব্ৰেড খোৱা লোকৰ তুলনাত কণী খোৱা লোকৰ ওজন হ্ৰাস…

0 60

কণীয়ে আমাক অন্য খাদ্যৰ তুলনাত অধিক সময়লৈ পেট ভৰা অনুভৱ কৰাই । কণীত থকা প্ৰ’টিন আৰু মেদে আমাৰ শৰীৰৰ শক্তি বচাই ৰাখি দীৰ্ঘ সময়ৰ বাবে সন্তুষ্ট ৰাখে আৰু মধ্যাহ্ন ভোজনৰ প্ৰয়োজনীয়তা হ্ৰাস কৰে ।
●গৱেষণাত পোৱা গৈছে যে প্ৰাতঃভোজনত বেগেল (ব্ৰেড) খোৱা লোকৰ তুলনাত কণী খোৱা লোকৰ ওজন হ্ৰাস হয়


●কণী প্ৰ’টিনৰ অন্যতম উৎস । কণীত প্ৰয়োজনীয় এমিন’এচিড থাকে যি আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় ।
●মাংস বা অন্যান্য উচ্চ প্ৰ’টিন জাতীয় খাদ্যৰ তুলনাত কণীৰ মূল্য বাজেট ফ্ৰেইণ্ডলী ।

●কণীত গুৰুত্বৰ পৰিমাণৰ কলেষ্টৰেল থাকে যিয়ে আমাৰ ৰক্তৰ কলেষ্টৰেলৰ মাত্ৰাক প্ৰভাৱিত কৰে । কণী খোৱাৰ ফলত হৃদৰোগৰ সংশয় বৃদ্ধিৰ বাবে কোনো চিন্তা নাই ।


●কণীত উপলব্ধ এবিধ প্ৰয়োজনীয় পুষ্টি ক’লাই মস্তিষ্কৰ বিকাশ আৰু ক্ৰিয়াক উদ্দীপিত কৰে । ই স্মৃতি শক্তি অটুট ৰখাৰ লগতে স্মৰণ শক্তি বৃদ্ধি কৰে ।
●কণীত দুবিধ এণ্টিঅ’ক্সিডেণ্ট লিউটিন আৰু জেক্সানথিন থাকে । যিয়ে আমাক ইউভি এক্সপ’জাৰৰ ফলত হ’ব পৰা চকুৰ ক্ষতিৰ পৰা সুৰক্ষা প্ৰদান কৰে । লগতে ই বৰ্দ্ধিত বয়সৰ ফলত চকুত ছানি পৰাৰ সম্ভাৱনাও হ্ৰাস কৰে ।

Leave A Reply