ৰাইজৰ বাৰ্তা

প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহেৰে এন এইচ পি চিৰ বিৰুদ্ধে গোগামুখত আছুৰ উত্তাল প্ৰতিবাদ; আৰক্ষী আৰু আছুৰ মাজত হতা-হতি…

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত শনিবাৰে গোগামুখত আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ সোৱণশিৰি পৰীয়া ৰাইজৰ জীৱন সম্পত্তি নিৰাপত্তা সুনিশ্চিত কৰা সোৱণশিৰিৰ...

কটন বিশ্ববিদ্যালয়ত বিশেষ কাৰ্যসূচীত ভাগ ল’ব উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে ৩০ অক্টোবৰ, সোমবাৰে কটন বিশ্ববিদ্যালয়ত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। উক্ত দিনা উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ অধ্যাপক, শিক্ষাৰ্থী আৰু কৰ্মচাৰীসকলৰ সৈতে ১...

মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ অধীনত অসমৰ পৰা নতুন দিল্লীলৈ অমৃত কলহ কঢ়িওৱা যাত্ৰীক নতুন দিল্লীত ভব্য আদৰণি মন্ত্রী বিমল বড়াৰ

স্বাধীনতাৰ অমৃত মহোৎসৱ কাৰ্য্যসূচীৰ চূড়ান্ত পৰ্যায়ত কেন্দ্রীয় চৰকাৰে হাতত লোৱা "মোৰ মাটি মোৰ দেশ" শীৰ্ষক অনুষ্ঠানৰ অন্তৰ্গত অমৃত কলহ যাত্ৰাত অসমৰ বিভিন্ন জিলাৰ পৰা...

মাজুলী মহাবিদ্যালয়লৈ প্ৰাক্তন অধ্যাপক অনিল চন্দ্ৰ হাজৰিকাৰ পঞ্চাশ হাজাৰ টকাৰ অনুদান…

মাজুলী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অনিল চন্দ্ৰ হাজৰিকাই মহাবিদ্যালয়খনিলৈ আগবঢ়াইছে পঞ্চাশ হাজাৰ টকাৰ আৰ্থিক অনুদান। নদীদ্বীপ মাজুলীৰ উচ্চ শিক্ষাৰ প্ৰথমটি অনুষ্ঠান হিচাপে...

পাণ্ডু ঘাটত দুদিনত ৯৮প্ৰতিমা বিসৰ্জন; সহস্ৰাধিক ভক্তক নাৰিকলৰ পানীৰ বটল যোগানেৰে প্ৰশংসা বুটলিলে অমৃত ভোগ ভাণ্ডাৰাই

গুৱাহাটীৰ অন্যতম বিসৰ্জনথলী হিচাপে জনমানসত ব্ৰহ্মপুত্ৰৰ পাণ্ডুঘাটে এক সুকীয়া পৰিচিতি লাভ কৰি আহিছে। কিয়নো পাণ্ডুঘাটত যেনে ধৰণৰ শৃংখলাবদ্বভাৱে দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হয়...

Popular