ৰাইজৰ বাৰ্তা

অসম সাহিত্য সভাৰ মজিয়াত নীতিহীন, নৈতিকতাহীন কার্যকলাপক প্ৰশ্ৰয় দিয়া নহ’বঃমৰিগাৱঁৰ বাচনাঘাট শতদল শাখা সাহিত্য সভাৰ দ্বিতীয় বার্ষিক প্রতিষ্ঠা দিৱসত প্রধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মা

"এখন বোৱতী নৈ কেতিয়াবা ফেনে ফোটোকাৰে ওফন্দি উঠে, কেতিয়াবা শুকাই জলহীন হৈ পৰে, তদ্রূপ অসম সাহিত্য সভাও কেতিয়াবা গৰিমাৰে উজলি উঠে, কেতিয়াবা নেতিবাচক সমালোচনাৰে...

শোণিতপুৰত বনৰীয়া হাতীৰ মৃত্যু; পাৰস্পৰিক যুঁজত এমাহতে দুটা হাতী নিহত

শোণিতপুৰৰ ফুলবাৰী চাহবাগিচাৰ ২৩ নম্বৰ লাইনত যোৱা ১৯ ছেপ্টেম্বৰত গুৰুতৰ ভাবে আহত হোৱা দঁতাল বনৰীয়া হাতীটোৰ দেওবাৰে নিশা মৃত্যু ঘটে৷ উল্লেখযোগ্য যে, দ্ৰুতগতিত প্ৰাকৃতিক...

তেজপুৰ চেলেঞ্জ কাপ ফুটবলত অৰুণাচল এফ চিৰ খিতাপ অৰ্জন

ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপৰ দেওবাৰে নিশা অনুষ্ঠিত আকৰ্ষণীয় চূড়ান্ত খেলত যোগ্য ভাৱেই খিতাপ অৰ্জন কৰে অৰুণাচল এফ চি দলে৷ তেজপুৰ জিলা ক্ৰীড়া...

শিৱসাগৰত অসম ভাৰোত্তোলন সন্থাৰ বাচনি শিবিৰঃ প্ৰাক্তন ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় ভাৰোত্তোলকক সম্বৰ্দ্ধনা

সৰুপথাৰত অনুষ্ঠিত হ’ব লগা ৫১ সংখ্যক সদৌ অসম ভাৰোত্তোলন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ শিৱসাগৰ ৱেইটলিফটিং একাডেমিৰ দলটো দেওবাৰে নিৰ্বাচন কৰা হয় ৷ খনামুখ কৃষ্টি...

আৰম্ভ হ’ল ‘মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান – ২০২৩’

ৰাজ্যত এক শক্তিশালী ঔদ্যোগিক বাতাবৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ কৰ্মোদ্যমি যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰশীল আৰু নিয়োগ সৃষ্টিকাৰী হিচাপে গঢ় দিয়াৰ উদ্দেশ্য...

Popular