ৰাইজৰ বাৰ্তা

ডিগবৈৰ টিংৰাইত বিস্ফোৰণত নিহতৰ আত্মীয়লৈ ৫ লাখ টকাকৈ সাহাৰ্য। ঘটনাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ।

ডিগবৈৰ টিংৰাইত গ্ৰেনেড  বিস্ফোৰণত নিহতৰ আত্মীয়লৈ ৫ লাখ টকাকৈ সাহাৰ্য ঘোষণা ৰাজ্য চৰকাৰৰ। আজি ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে।মন্ত্ৰী সঞ্জয়...

ডিগবৈৰ বিস্ফোৰণ, আলফা (স্বাঃ)ৰ বিবৃতি

শুকুৰবাৰে ডিগবৈ টিংৰাইত সংঘটিত হয় গ্ৰেনেড বিস্ফোৰণ। টিংৰাইৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত সংঘটিত হোৱা বিস্ফোৰণটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৩ জনকৈ লোক। আনহাতে ইয়াৰে এজন...

দফলাপোটা পানী যোগান আচনিত ২০বছৰে পানী এটুপি পানীও নাই

ওদালগুৰি জিলাৰ পূব প্ৰান্তত বিশুদ্ধ খোৱা পানী যোগানৰ নামত জন স্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ন কৰা আঁচনি সমূহ এক চূড়ান্ত প্ৰহসনলৈ ৰূপান্তৰিত হৈছে । ৰাজহুৱা...

শনিবাৰে পুৱাই ভূমিকম্পৰ জোকৰাণি, কঁপাই গ’ল ৰাজ্য

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি।শনিবাৰে পুৱা ৮.৩৪ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলা বুলি জানিব পৰা গৈছে।ভূ-গৰ্ভৰ পৰা ১৪ কিলোমিটাৰ গভীৰতাত ভূমিকম্পটোৰ অভিকেন্দ্ৰ।ভূমিকম্পটোৰ...

ক’ভিডপৰিস্হিতি সন্দৰ্ভত পৰ্যালোচনা সভা: ওদালগুৰিত আই চি ইউ বিচনা বৃদ্ধি কৰাত গুৰুত্ব প্ৰদান কৰা হব:মন্ত্ৰী চন্দ্ৰমোহন

ক'ভিড১৯ ৰ পৰিস্হিতিৰ বুজ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ১৪মেত  বিয়লি ২.৩০ বজাত ওদালগুৰিত উপস্হিত হয়  অসম চৰকাৰৰ পৰিবহন,উদ্যোগ আৰু বানিজ্য...

Popular