ৰাইজৰ বাৰ্তা

শিৱসাগৰত পৈশাচিক কাণ্ড : মা কালীক সন্তুষ্টিৰ বাবে বলি দিবলৈ অনা ৫ টা দেব শিশুক উদ্ধাৰ

গেলেকী, ১৫নৱেম্বৰঃ শিৱসাগৰ জিলা অন্তৰ্গত ডিমৌমুখত এক ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে । নিজৰ সন্তানক বলি দিবলৈ সাজু কৰিছিল দানৱ...

কাকপথাৰত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা : প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন : ন্যায়ৰ দাবীত কাকপথাৰত সাংবাদিকৰ প্ৰতিবাদ

ডিৰাক সীমান্ত, ১৪ নৱেম্বৰ : ১১নবেম্বৰ তাৰিখে এক ৰহস্য জনক পথ দূৰ্ঘটনাত আহতহৈ পাছত মৃত্যুক আকোৱালি লোৱা কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ আজি তিনি দিন...

আজি শিশু দিৱস : নাজিৰা, শিমলুগুৰি আৰু গেলেকীত নেহৰুক স্মৰণ

গেলেকী, ১৪নৱেম্বৰঃ আজি শিশু দিৱস । সমগ্ৰ দেশ, ৰাজ্য তথা নাজিৰাতো নেহৰুক স্মৰণ । ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো প্ৰতিবছৰে দেশবাসীয়ে পালন...

ইটাখোলা থানা স্থাপনৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হ’ল

ইটাখোলা ১৩ নবেম্বৰঃ বিশ্বনাথ জিলাৰ নদুৱাৰ অঞ্চলৰ ইটাখোলা কেন্দ্ৰত এখন পূৰ্নাংগ আৰক্ষী চকী স্থাপনৰ কথা ঘোষনা অসাৰ প্ৰতিপন্ন হল বুলি ইটাখোলা অঞ্চলৰ ৰাইজে অভিযোগ...

জুৱাৰ বিৰুদ্ধে তীব্ৰ অভিযান ধুলা আৰক্ষীৰ : ছয় জুৱাৰীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ

খাৰুপেটিয়া, ১৩ নৱেম্বৰ : দৰঙৰ ধুলা আৰক্ষী থানাৰ অন্তৰ্গত যোগীপাৰাত দীৰ্ঘদিন ধৰি চলি থকা জুৱাৰ বিৰুদ্ধে ধূলা আৰক্ষীয়ে চলাই অভিযান। জুৱাখেলৰ বিৰুদ্ধে ধূলা আৰক্ষী...

Popular