ৰাইজৰ বাৰ্তা

১৯-২১ জুলাইলৈ অসমত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ৷

দৈনন্দিন বাৰ্তা ডেস্ক : অসম তথা উত্তৰ পূৰ্বাঞ্চলকে ধৰি পশ্চিম বংগত অহা ১৯ জুলাইৰ পৰা ২১ জুলাইলৈকে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে ৷ এই কথা প্ৰকাশ...

বাঘজানত অইলৰ জুইয়ে ঘৰ বাৰী ধ্বংস কৰা পৰিয়ালক ২০ লাখকৈ আৰ্থিক সাহাৰ্য।

তিনিচুকীয়া : অইলৰ বাঘজান ৫ বিজিআৰৰ জুইয়ে ঘৰবাৰী ধ্বংস কৰা ১১ টা পৰিয়ালক পুনৰ সংস্থাপনৰ বাবে আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ত ২০ লাখকৈ আৰ্থিক...

নগাঁৱত ৰাজপথত দপদপকৈ জ্বলিল এখন ট্ৰাক ।

নগাঁও : নগাঁও চহৰৰ সমীপৰ ইছলামপট্টীত আজি ৰখাই থোৱা এখন ট্ৰাকত অগ্নিসংযোগ হোৱাৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে, ইছলামপট্টীৰ জ্যোতি ফ্ল'ৰ মিলৰ সন্মুখত...

২৮৪ বিদেশী তগলিবি জামাতৰ সদস্যক কাৰাদণ্ড ৷

দৈনন্দিন বাৰ্তা ডেস্ক : এখন আদালতে বৃহস্পতিবাৰে ২১ খন দেশৰ ২৮৪ জন বিদেশী তগলিবি জামাতৰ সদস্যক কাৰাদণ্ডৰে দণ্ডিত কৰিছে৷ এই সন্দৰ্ভত যোৱা ৬ জুলাইত আবেদন...

নগাঁৱৰ বেবেজীয়াৰ মাহৰিআতিত পথ দূৰ্ঘটনাত নিহত ১, আহত ২ ৷

ননৈ : নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত মাহৰিআতি বাইপাছত আজি দিনৰ এঘাৰ বজাত সংঘটিত হোৱা এক পথ দূৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে...

Popular