ৰাইজৰ বাৰ্তা

আছাদুদ্দিন ওৱেছিৰ দৰে বদৰুদ্দিন আজমল অসমৰ বিজেপিৰ বি টিম-অখিল গগৈ

শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে অভিযোগ কৰে যে বদৰুদ্দিন আজমলৰ অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট (AIUDF) অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ ‘টিম বি’। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে...

লুণ্ঠনৰ সমাপ্তি কেতিয়া? কংগ্ৰেছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধিকলৈ কংগ্ৰেছৰ প্ৰশ্ন

দেশত পুনৰ বৃদ্ধি পাইছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। এনে সময়তে কংগ্ৰেছে এলপিজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধিক লৈ চৰকাৰক আক্ৰমণ কৰি কয় যে যদি কেন্দ্ৰত ক্ষমতালৈ...

ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম পুনৰ বাঢ়িল

পুনৰ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। ১৪.২ কিলোগ্ৰামৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম ৫০ টকাকৈ বৃদ্ধি। দিল্লীত আজিৰে পৰা প্ৰতিটো ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম হ’ব...

বকোৰ ছমৰীয়া সত্ৰত বিষ্ণু আতাৰ তিৰোভাৱ তিথিৰ মেলাত জুৱা; নিৰ্বিকাৰ জিলা প্ৰশাসন

দক্ষিণ কামৰূপ জিলাৰ বকোৰ ছমৰীয়া সত্ৰ এখন উল্লেখযোগ্য পীঠস্থান হিন্দু মুছলমানৰ মিলন ভূমি। শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱৰ প্ৰধান শিষ্য, বৰ বিষ্ণু আতাৰ চাৰিখন...

এইবাৰো বিহু কমিটীক ১,৫০,০০০ টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে, কিন্তু সকলোৱে নাপায়; কোনবোৰ বিহু কমিটীয়ে লাভ কৰিব এই সুবিধা?

সংবাদমেলত আগন্তুক বিহু সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। পূৰ্বৰ বাৰৰ দৰে এইবাৰো বিহু কমিটীক ১,৫০,০০০ টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। ১০ বছৰ পুৰণি প্ৰতিখন...

Popular