ৰাইজৰ বাৰ্তা

মেঘালয়ত প্ৰথম পাঁচজন আগতীয়া ভোটাৰে লাভ কৰিলে পদক…

আগতীয়াকৈ ভোটদান আৰু শক্তিশালী ভোটদানক উৎসাহিত কৰাৰ উদ্দেশ্যে সোমবাৰে সমগ্ৰ মেঘালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰা প্ৰথম পাঁচজন লোকক পদক আৰু প্ৰমাণপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।...

আজিৰ পৰা বড়োলেণ্ড বিশ্ববিদ্যালয়ত প্ৰথম বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱ

বড়োলেণ্ড বিশ্ববিদ্যালয়ে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’ন প্ৰশাসনৰ সহযোগত অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা প্ৰথমবাৰৰ বাবে বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ আয়োজন কৰিবলৈ সাজু হৈছে। চাৰিদিনীয়া এই অনুষ্ঠানৰ...

“মোৰ ইনিংছ শেষ হ’ব পাৰে…” সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি যোৱাৰ ইংগিত দিলে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীয়ে

সকলোকে আচৰিত কৰি আজি কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীয়ে ৰাজনীতিৰ পৰা আঁতৰি যোৱাৰ ইংগিত দিলে। ছত্তীশগড়ৰ ৰায়পুৰত কংগ্ৰেছৰ পূৰ্ণাংগ অধিৱেশনৰ দ্বিতীয় দিনা ছোনিয়া গান্ধীয়ে...

কণ্ডমৰ পৰ্বত: ডিজেল অংশীদাৰসকলে ডুৰেক্সৰ সৈতে ৰেম্পত ২লাখ কণ্ডম পেলাই দিয়ে; কিন্তু কিয়?

ডিজেলৰ 'মিলান ফেশ্বন সপ্তাহ ২০২৩-২৪'বুধবাৰে ৱাক শ্ব'ৰ মডেলসকলে কণ্ডমৰএটা বিশাল পাহাৰৰ চাৰিওফালে খোজ কাঢ়ি অসাধাৰণ শৈলীৰে আৰম্ভ কৰিছে। বিলাসী কাপোৰৰ ব্ৰেণ্ড ডিজেলৰ নতুন 2023/24...

বঙাইগাঁৱত দুৰ্ঘটনাত নিহত মাতৃক সাৱটি কণমানি সোণালী বান্দৰৰ পোৱালী এটিয়ে কান্দি থকা দৃশ্যই সেমেকাই তোলে হৃদয়বান লোকক

বঙাইগাঁও জিলাৰ কাকৈজানাত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা নামি অহা এটি দুষ্প্ৰাপ্য সোণালী বান্দৰৰ ৰাষ্ট্ৰীয় ঘাই পথত দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছত মৃত মাতৃক সাৱটি কণমানি...

Popular