ৰাইজৰ বাৰ্তা

লৃগাঙৰ বতৰৰ ধুনীয়া গছ আৰু মিচিং জনগোষ্ঠীয় সমাজত ইয়াৰ পৰম্পৰাগত ব্যৱহাৰ

আবতানি গোষ্ঠীৰ অন্তর্গত মিচিং সম্প্ৰদায়ৰ লোকসকল ভৈয়ামলৈ অৰুণাচল প্ৰদেশৰ ছিয়াং আৰু সোৱণশিৰি জিলাৰ পাহাৰবোৰৰ মাজেৰে বিভিন্ন ঠাইৰ পৰা বিভিন্ন সময়ত নামি আহি অসমত প্রৱেশ...

মৰমবোৰ এতিয়া ভালপোৱালৈ….

মৰমবোৰে এতিয়া ভালপোৱালৈ গতি কৰিছে। ফাগুন গৰকিবৰ হ'ল। ফাগুনৰ পছোৱাজাকে মনবোৰ উতনুৱা কৰিবৰ দিনবোৰ তেনেই কাষ চাপি আহিছে। কিমান ভালপোৱাৰ বা সাক্ষী হৈ ৰ'ব...

মানসিক শান্তিত প্ৰাৰ্থনাৰ শক্তি

'প্ৰাৰ্থনা'ৰ অৰ্থ হৈছে সম্পূৰ্ণ শৰীৰ, মনেৰে সমৰ্পিত হৈ, সম্পূৰ্ণ মনঃসংযোগ স্থাপন কৰি আত্মাই পৰমাত্মাৰ সৈতে কৰা এক অনুপম বাৰ্তালাপ। ইয়াৰ বাস্তৱিক অৰ্থ হৈছে-মানুহে যেতিয়া...

পহিলা ফাগুন, প্ৰেমৰ দিৱস। প্ৰেম স্বৰ্গীয়…

প্ৰেম স্বৰ্গীয় … প্ৰেমে মানুহক জীয়াই থকাৰ প্ৰৰণা দিয়ে। বিশ্বাসেই হ'ল প্ৰেমৰ মূল বিন্দু।প্ৰেম জীৱনৰ শ্ৰেষ্ঠ অনুভৱ। কিন্তু প্ৰেম মানেই বিবাহ নহয়।প্ৰেম মানেই দৈহিক মিলন...

আই টি বিভাগৰ বিবিচিৰ দিল্লী, মুম্বাই কাৰ্যালয়ত ‘জৰীপ অভিযান’; কংগ্ৰেছৰ তীব্ৰ প্ৰতিক্ৰিয়া

মঙলবাৰে (১৪ ফেব্ৰুৱাৰী, ২০২৩) আয়কৰ বিভাগৰ বিষয়াসকলে দিল্লী আৰু মুম্বাইত থকা বিবিচিৰ কাৰ্যালয়ত এক জৰীপ অভিযান চলাই। শেহতীয়া খবৰ অনুসৰি আই টি বিভাগে কোম্পানীটোৰ ব্যৱসায়িক...

Popular