ৰাইজৰ বাৰ্তা

শিৱসাগৰত আৰক্ষীৰ গুণ্ডাগিৰি ,খাকী পোচাকত কলংকৰ দাগ ৷

মুখ্যমন্ত্ৰীৰ আহব্বানক কুঠাৰ ঘাত ৷চেৰেকাপাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ তাণ্ডৱ ।নিশা সুৰাৰ ৰাগীত মাতাল হৰদেব সিঙৰ নিৰ্বিচাৰ মাৰপিট ,মহিলাসহ বহুজন আহত । উল্লেখ্য যে...

হিছাৰত পথ দুৰ্ঘটনাত চালকৰ মৃত্যু

নিশা টোছাম ৰোডৰ গুঞ্জাৰৰ ওচৰত ট্ৰলীৰ খুন্দাত কেণ্টাৰ হাৰিয়ানাত । নিশা হিছাৰৰ টোছাম ৰোডত এখন ট্ৰলীয়ে এটা কেণ্টাৰত খুন্দা মাৰে। কেণ্টাৰ চালক সুনীলৰ ঘটনাস্থলীতে...

লিডুত অসম ক্ষুদ্ৰ-বিত্তীয় উদগণি আৰু সাহায্য আঁচনিৰ চেক বিতৰণ অনুষ্ঠানৰ শুভ উদ্ধোধন

আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুত অসম ক্ষুদ্ৰ-বিত্তীয় উদগণি আৰু সাহায্য আঁচনিৰ চেক বিতৰণ অনুষ্ঠানৰ শুভ উদ্ধোধন। ডিগবৈ সমষ্টিৰ তিনিখন আৰু মাৰ্ঘেৰিটা সমষ্টিৰ ১৩খন...

লামডিঙ ষ্টেচনত বৃহত পৰিমাণৰ গাঞ্জা জব্দ আটক ১

 লামডিঙ ষ্টেচনত বৃহত পৰিমাণৰ গাঞ্জা জব্দ লগতে এজনক আটক।আটকাধিন গাঞ্জা সৰবৰাহকাৰীৰ  নাম মতিন আলি ঘৰ হোজাই হাবাইপুৰ। আকৌ লামডিঙ ৰেল আৰক্ষীৰ বৃহত সফলতা।আজি নামনিমুৱা...

বৃহত্তৰ মৈৰাবাৰীৰ একমাত্ৰ চিকিৎসা কেন্দ্ৰত মমবাতি জ্বলাই ৰোগীক চিকিৎসা প্ৰদান চিকিৎসকৰ

প্ৰায় আঢ়ৈ লাখ জনসংখ্যাৰ একমাত্ৰ চিকিৎসা কেন্দ্ৰ মৈৰাবাৰী হস্পিতালত নাই এখন জেনেৰেটৰ।নাই কোনো পানীতোলা টিউবেল। ৰাতিৰ আন্ধাৰত ৰোগীয়ে মমবাতি কিংবা টৰ্চ লাইটৰ পোহৰত লবলগীয়া...

Popular