Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

ডিব্ৰুগড় আৰক্ষীৰ গুলীত আহত কুখ্যাত গৰু চোৰ মহম্মদ আখতাৰ ৰাজা খান

বুধবাৰে ডিব্ৰুগড় আৰক্ষীয়ে ৯৫টা চুৰি গৰু জব্দ কৰাৰ লগতে টিকলুসহ তিনিজনক গ্ৰেপ্তাৰ কৰিছিল। ডিব্ৰুগড় আৰক্ষীৰ গুলীত আহত কুখ্যাত গৰু চোৰ মহম্মদ আখতাৰ ৰাজা খান ওৰফে টিকলু খান। AMCHত স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়ত আৰক্ষীৰ জিম্মাৰ পৰা
Read More...

এসময়ত সৌৰভ গাংগুলীক বল কৰিছিল, পেটৰ তাড়নাত এতিয়া চাহ-ঘুগুণীৰ দোকান দিয়ে তেওঁ!

"প্ৰকাশ ভগৎ" অসমৰ শিলচৰৰ এগৰাকী প্ৰতিভাশালী ক্ৰিকেটাৰ আছিল। এসময়ত ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ বিপক্ষে নেট প্ৰেক্টিছত বলিঙো কৰিছিল তেওঁ। নেট প্ৰেক্টিছত সৌৰভ গাংগুলীয়ে এইগৰাকী অসমৰ খেলুৱৈক কাষতে বিচাৰিছিল। সেয়া আছিল ২০০৩ চনৰ
Read More...

দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ : লাহৰীঘাটৰ স্বৰ্ণ কন্যা কুংফু খেলুৱৈ হাচিনা বেগমৰ খবৰ লবলৈ আহিল…

মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ ধূপগুৰিৰ মুস্হাক আলীৰ জীয়েক আন্তৰাষ্ট্ৰীয় মানপত্র আৰু সোণৰ পদক প্ৰাপ্ত কুংফু খেলুৱৈ হাচিনা বেগমৰ বৰ্তমানৰ দৰিদ্ৰতাৰ বাতৰি প্ৰচাৰ কৰা হৈছিল  দৈনন্দিন বাৰ্তা কাকতত। আৰু তাৰ পিছৰে পৰা বৰ্তমানলৈকে বাতৰিৰ প্ৰভাৱ
Read More...

আজিৰ পৰা সাৱধান : আজিৰে পৰা কাৰ্ফিউ চলি থকাৰ সময়ত সান্ধ্য ভ্ৰমণলৈ নোলাব

গুৱাহাটীত অধিক কঠোৰ হ'ব আৰক্ষী। সান্ধ্য আইন চলি থকা সময়ত যিসকলে সান্ধ্য ভ্ৰমণ কৰিবলৈ ওলাই আহে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ’ব জিলা প্ৰশাসন। কঠোৰ হ’ব সান্ধ্য আইনৰ নিয়ম৷ সান্ধ্য আইনৰ সময়ত বাহিৰলৈ ওলালে হ’ব শাস্তি৷ খোজকঢ়া, চাইকেল
Read More...

মোদী মন্ত্ৰীসভাত ১১ গৰাকী মহিলা শক্তি : নতুনকৈ অন্তৰ্ভূক্ত হৈছে ৭ গৰাকী মহিলা মন্ত্ৰী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভূক্ত হৈছে ৭ গৰাকী মহিলা মন্ত্ৰী।মোদীৰ মন্ত্ৰী সভাত মহিলা মন্ত্ৰীৰ সংখ্যা হ'লগৈ ১১ গৰাকী।নতুনকৈ মন্ত্ৰী হোৱা মহিলা মন্ত্ৰীৰ ভিতৰত আছে মিনাক্ষী লেখি,শোভা কাৰান্দলাজে, অনুপ্ৰিয়া সিং
Read More...

ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত স্থান লাভ সোণাৰিৰ চেংগিজ হাছানৰ

নিজৰ প্ৰতিভাৰ স্বীকৃতি স্বৰূপে সদ্য প্ৰকাশিত ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ ২০২১ ত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে সোণাৰিৰ এগৰাকী ছাত্ৰ। এটা কণীৰ খোলাত বিশ্বৰ ১৩৮ খন দেশৰ পতাকা অংকন কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিছে
Read More...

গোলাঘাটৰ এগৰাকী ব্যৱসায়ীৰ সুকীয়া পদক্ষেপ

ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটৰ এজন ব্যৱসায়ীয়ে আগবঢ়াইছে সুকীয়া সুবিধা ।  ক'ভিডৰ দুয়োটা পালি প্ৰতিষেধক  গ্ৰহণ কৰা লোকৰ বাবে এই বিশেষ সুবিধা ।   গোলাঘাটৰ এগৰাকী ব্যৱসায়ীয়ে ক'ভিডৰ দুটা পালি লোৱা সকলৰ বাবে আগবঢ়াইছে এক  বিশেষ
Read More...

মৈৰাবাৰীৰ আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰসহ ৬ অবৈধ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

নৱ প্ৰজন্মৰ অভিশাপ স্বৰূপ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষীয়ে চলোৱা অভিযানত নিতৌ ধৰা পৰিছে নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী তথা অন্যান্য নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায়ৰ লগত জড়িত থকা বহু দুষ্ট চক্ৰ। কালি পুৱা মৈৰাবাৰী থানাৰ
Read More...

মাইক্ৰ’ ফাইনেঞ্চে মানসিক বিকাৰগ্ৰস্ত কৰা জানমনিৰ কাহিনী : বাস কৰে গোহালী সদৃশ ঘৰত, নাই কোনো…

নৱম আৰু ষষ্ঠ শ্ৰেণীত পঢ়ি থকা কন্যা আৰু পুত্ৰ, সুন্দৰ পত্নীৰে ৰঙৰ কাম কৰা প্ৰমোদ বৰদলৈৰ সংসাৰখন সুখৰ আছিল ৷ কিন্তু মাইক্ৰ' ফাইনেঞ্চে সৰ্বহাৰা কৰা পৰিয়ালটো এতিয়া বাস কৰে গোহালী সদৃশ এটা ঘৰত ৷ মাইক্ৰ ফাইনেঞ্চে ঘৰৰ সামগ্ৰী কাঢ়ি নিয়াৰ বাবে
Read More...

BREAKING মোদীৰ সম্প্ৰসাৰণ মন্ত্ৰী সভাৰত সৰ্বানন্দ সোনোৱাল !

কেন্দ্ৰীয় মন্ত্ৰী সভাৰ সম্প্ৰসাৰণৰ পূৰ্বে মন্ত্ৰী দায়িত্ব দিব লগিয়া প্ৰাৰ্থীসকলৰ সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথম শাৰীত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন ক্ৰিয়া মন্ত্ৰী সৰ্বানন্দ সোনোৱাল
Read More...