Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

বৰঙ্গাজুলি সত্ৰৰ সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতা অসুস্থ : আছুৰ প্ৰতিনিধি দলৰ সাক্ষাৎ

মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত তথা একশৰণ হৰিনাম ধৰ্মৰ ধ্বজাবাহক বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতা কিছুদিন ধৰি শাৰীৰিক ভাৱে অসুস্থ হৈ আছে ।মহান পুৰুষজনাৰ স্বাস্থ্যৰ বুজ লোৱাৰ উদেশ্যে
Read More...

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে ল’লে পুনৰ সিদ্ধান্ত

কেইবাটাও ছাত্ৰ সংগঠনৰ সৈতে হোৱা আলোচনাৰ অন্তত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ঘোষণা। ▶অনুষ্ঠিত নহয় মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা। ▶মাৰ্কচিট সন্দৰ্ভত পূৰ্বৰ সিদ্ধান্ত প্ৰত্যাহাৰ। ▶মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ মূল্যায়নৰ ফৰ্মূলাৰ ৫ নং
Read More...

সাংস্কৃতিক নগৰী যোৰহাটত দেখা গল সম্প্ৰীতিৰ আন এক নিদর্শন : নামঘৰলৈ মছজিদ সমিতিৰ অনুদান

 "মোৰ মনত ভেদ -ভাৱ নাই অ আল্লা, মোৰ মনত ভিন্ন পৰ নাই অ আল্লা, হিন্দু কি মুছলমান একেই আল্লাৰ ফৰমান মোৰ মনত একেইটি ভাৱ "" আজান ফকীৰৰ এই বিখ্যাত জিকিৰ ফাঁকিৰ ভাবধৰা পুনৰ দেখিবলৈ পোৱা গল সাংস্কৃতিক ৰাজধানী যোৰহাটত । যোৱা ৪ জুলাইত  যোৰহাটৰ
Read More...

অলিম্পিকৰ গেম ভিলেজত ক’ভিডৰ আতংক

বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকলৈ মাজত মাথোঁ দুটা সপ্তাহ বাকী থকা অৱস্থাত টকিঅ’ অলিম্পিকৰ গেম ভিলেজত ক’ভিড–১৯এ আতংকৰ সৃষ্টি কৰিছে৷ স্থানীয় উদ্যোক্তা কমিটীয়ে  প্রকাশ কৰা অনুসৰি গেম ভিলেজৰ তত্ত্বাৱধানৰ সৈতে জড়িত দুগৰাকী কর্মী
Read More...

বিধায়কৰ কাম কেৱল আইন প্ৰণয়ন নহয়, চৰকাৰক নিয়ন্ত্ৰণ কৰে বিধায়কে : মুখ্যমন্ত্ৰীক উভতি ধৰিলে বিধায়ক অখিল…

বৃহস্পতিবাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰথমবাৰলৈ সংবাদমেল সম্বোধন কৰে বিধায়ক তথা দলটোৰ সভাপতি অখিল গগৈয়ে। সভাপতি হিচাপে ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত বিশেষ মন্তব্য কৰে শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে। শেহতীয়াকৈ
Read More...

ৰাজ্যিক কেবিনেটত লোৱা কিছুমান গুৰুত্বপুৰ্ণ সিদ্ধান্ত

৮জুলাই, বৃহস্পতিবাৰে জনতা ভৱনত কেবিনেট মন্ত্ৰী পিয়ুষ হাজৰিকাৰ সংবাদমেল সম্বোধন। মন্ত্ৰী গৰাকীয়ে বাখ্যা কৰা কেবিনেটৰ সিদ্ধান্ত সমূহ ক্ৰমান্নয়ে-• নিবনুৱা যুৱক যুৱতী সকলৰ সুবিধাৰ্থে নিয়োগ বিনিময় কেন্দ্ৰ(Employment Exchange)ত শাৰী নপতাকৈ ঘৰত
Read More...

ওৰাঙত পত্নীক মৰিয়াই মৰিয়াই হত্যা : হত্যাকাৰী স্বামীক শ্মশানৰ পৰা গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ

এক হৃদয় বিদাৰক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ওৰাঙত ।ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত চমুৱা গাওঁত সংগঠিত হৈছে এই জঘন্য কান্ড । পাষাণ স্বামীয়ে নিজৰ পত্নীক মৰিয়াই মৰিয়াই হত্যা কৰিছে । গাওঁ খনৰ প্ৰতিবেশীৰ পৰা জানিব পৰা মতে চমুৱা গাওঁৰ প্ৰয়াত মোহন
Read More...

বকোৰ মন্দিৰাত জলজলী নৈত পৰি শিশু সন্ধানহীন

কামৰূপ জিলাৰ বকো সমষ্টিৰ মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত মন্দিৰা এনছি গাঁৱত আজি এগৰাকী শিশু নৈত পৰি সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে গাঁৱ খনৰ ছাবেদ আলীয়ে দিনৰ প্ৰায় এক বজাত নিজ গৃহৰ কাষত থকা জলজলী নৈ পাৰত
Read More...

চামগুৰিত চুৰি কম্পিউটাসহ দুজন গভাইত চোৰক গ্ৰেপ্তাৰ

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে যোৱা নিশা বাজিয়াগাৱঁত অভিযান চলাই চুৰি কম্পিউটাৰ চেটৰ সহ দুজন গভাইত চোৰক আটক কৰিবলৈ সক্ষম হয় ৷জানিব পৰা মতে চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি যোৱা নিশা বাজিয়াগাৱঁত অভিযান
Read More...

চেঞ্চুৰীৰ অভিলেখঃ ৰাজধানী দিল্লী–১৪ ৰাজ্যত ১০০ টকা অতিক্রম পেট্র’লৰ মূল্য

ইন্ধনৰ বিশেষকৈ পেট্র’ল–ডিজেলৰ আকাশলংঘী মূল্য অব্যাহত আছে৷ আজি ইতিহাসত প্রথমবাৰৰ বাবে দেশৰ ৰাজধানী দিল্লীত প্রতিলিটাৰ পেট্র’লৰ মূল্যই চেঞ্চুৰী কোবালে৷ ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহে ধাৰাবাহিকভাৱে পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত ৰাখি আজি
Read More...