Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

টেট শিক্ষক সন্দৰ্ভত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত, কেবিনেটৰ সিদ্ধান্তত লা‍ভান্বিত হ’ব আত্মসহায়ক…

আজি অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছতে এক সংবাদ মেলৰ আয়োজন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। কেবিনেটত গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সংবাদমেলত সদৰি কৰে মন্ত্ৰীগৰাকীয়ে। সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াৰে পৰা জাতীয়
Read More...

জাক জাক বগলীৰ কাকলিৰে মূখৰিত জামুগুৰিহাট : জনবসতি পূৰ্ণ এলেকাত নিৰ্ভয়ে নিঃসংকোচে বিচৰণ

 শোণিতপুৰ জিলাৰ জামুগুৰিহাটত এতিয়া জাক জাক বগলীৰ কোলাহলৰ মূখৰিত হৈ থকা এক মনোমোহা দৃশ্য। যিটো সময়ত ক'ৰণা মহামাৰীক দোহাই দি দৰং জিলাৰ টংলাৰ পৌৰ সভাই শ শ বগলী নিধন যজ্ঞ পাতিলে সেই সময়তে জামুগুৰিহাটৰ জনবসতি এলেকাত ৰাইজৰ নিৰাপত্তাৰ মাজতে
Read More...

ড০হিমন্ত বিশ্ব শর্মালৈ নাহৰকটীয়াৰ মহিলাই আগবঢ়ালে ২ হাজাৰ হাতেবোৱা গামোচা

মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা পদক্ষেপে লাখ লাখ মহিলাৰ বাবে কঢ়িয়াই আনিছে আশাৰ ৰেঙনি৷ নির্বাচনী প্রতিশ্রুতি ৰক্ষা কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঋণ ৰেহাইৰ বাবে লোৱা তৎকালীন ব্যৱস্থাই ধাৰৰ বৃহৎ বোজাৰ পৰা
Read More...

কংগ্ৰেছ দলৰ প্রাক্তন মন্ত্রী ৰাজীৱ লোচন পেগুৰ পদত্যাগ

মাজুলী জিলা কংগ্রেছৰ সভাপতি তথা প্রাক্তন জলসম্পদ মন্ত্রী ৰাজীৱলোচন পেগুৱে মঙলবাৰে হঠাৎ জিলা কংগ্রেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে৷ বিগত নির্বাচনত মাজুলী সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰি পৰাজিত হোৱা বাবেই পেগুৱে জিলা কংগ্রেছৰ সভাপতিৰ
Read More...

আজি কেন্দ্রীয় মন্ত্রীসভাৰ সম্প্রসাৰণঃ প্রাক্তন মুখ্যমন্ত্রী সোণোৱালৰ অন্তর্ভুক্তি নিশ্চিত

সকলো জল্পনা–কল্পনাৰ অৱসান ঘটাই আজি নৰেন্দ্র মোদী মন্ত্রীসভাৰ সম্প্রসাৰণ ঘটিব৷ ৰাষ্ট্রপতি ভৱনৰ পৰা এই সন্দর্ভত এতিয়ালৈকে কোনো বার্তা প্রেৰণ কৰা নাই যদিও প্রধানমন্ত্রী কার্যালয়ে আজি সন্ধিয়া ৫.৩০ বজাত শপতগ্রহণ কার্যসূচী ইতিমধ্যে প্রস্তুত
Read More...

অখিলৰ বিৰুদ্ধে চাবুৱা চানমাৰি থানাৰ গোচৰ নিম্ন আদালতৰ ৰায়ক প্রত্যাহ্বান জনাই হাইক’ৰ্টত ‘নিয়া’

চাবুৱা আৰু চানমাৰি থানাত ৰুজু হৈ থকা গোচৰত শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু তেওঁৰ সতীর্থসকলক নিম্ন আদালতে দোষমুক্ত কৰি প্রদান কৰা ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে তদন্তকাৰী সংস্থা নেচনেল ইনভেষ্টিগেচন এজেঞ্চী
Read More...

ধুবুৰীত গো-মাফিয়ালৈ অসম আৰক্ষীৰ গুলী : ভৰা লুইতৰ মাজত আৰক্ষীয়ে গুলীয়ালে গো-মাফিয়াক

ধুবুৰীত গো-মাফিয়ালৈ অসম আৰক্ষীৰ গুলী, ভৰা লুইতৰ মাজত আৰক্ষীয়ে গুলীয়ালে গো-মাফিয়াক বাংলাদেশলৈ অবৈধভাৱে গৰু চালান দিওঁতে আৰক্ষীৰ গুলীবৰ্ষণ, নাও এৰি পলায়ন গো-মাফিয়াৰ গো-মাফিয়ালৈ লক্ষ্য কৰি প্ৰচণ্ড গুলীবৰ্ষণ আৰক্ষীৰ, ৩ খন নাৱৰে
Read More...

বৰ্ষীয়ান অভিনেতা দিলীপ কুমাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

বলীউডৰ বৰ্ষীয়ান অভিনেতা দিলীপ কুমাৰ আৰু নাই। ৯৮ বছৰ বয়সত মুম্বাইৰ হিন্দুজা হাস্পতালত শেষ নিশ্বাস ত্যাগ দিলীপ কুমাৰৰ। পুৱা ৭ বাজি ৩০ মিনিটত দেহাৱসান ঘটে যশস্বী অভিনেতাগৰাকীৰ। ‘ট্ৰেজেডী কিং’ ৰূপে পৰিচিত প্ৰবীণ অভিনেতা দিলীপ কুমাৰৰ
Read More...

ৰাজ্যৰ পেচেঞ্জাৰ ট্ৰেইনসমূহ অচিৰেই চলাচল কৰোৱাৰ বাবে উদ্যোগ গ্ৰহণ সাংসদ ভূৱনেশ্বৰ কলিতাৰ

ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে অসমত আন্তঃজিলা পৰিবহণ বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী-বেচৰকাৰী বিভিন্ন খণ্ডত কৰ্মৰত লোকসকলে নিজ নিজ কৰ্তব্যস্থানত উপস্থিত হ'বলৈ এখন জিলাৰ পৰা আনখন জিলালৈ যাবলগীয়া হোৱাৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সন্মুখীন
Read More...

নগাঁৱৰ সদৰ সমষ্টিৰ কেইবাটাও অঞ্চলত’সমুহীয়া কঠীয়াতলী আঁচনি’ৰ বীজ ৰোপনৰ শুভাৰম্ভ বিধায়ক…

কোভিড সৃষ্ট জটিল পৰিস্হিতিৰ মাজতে গ্ৰামাঞ্চলৰ কৃষক ৰাইজ কৃষি কৰ্মত নামি পৰিছে । বাৰিষা কালৰ বানক প্ৰত্যাহ্বান জনাই হলেও বৰ্তমান সময়ত শালি ধানৰ খেতিত  কৃষক সকলে মনোনিবেশ কৰিছে। আনহাতে বানপীড়িত অঞ্চলত শস্য ভূমি নষ্ট হোৱাৰ পাচত অসহায় হৈ
Read More...