Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

অখিলৰ বিৰুদ্ধে চাবুৱা চানমাৰি থানাৰ গোচৰ নিম্ন আদালতৰ ৰায়ক প্রত্যাহ্বান জনাই হাইক’ৰ্টত ‘নিয়া’

চাবুৱা আৰু চানমাৰি থানাত ৰুজু হৈ থকা গোচৰত শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু তেওঁৰ সতীর্থসকলক নিম্ন আদালতে দোষমুক্ত কৰি প্রদান কৰা ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে তদন্তকাৰী সংস্থা নেচনেল ইনভেষ্টিগেচন এজেঞ্চী
Read More...

ধুবুৰীত গো-মাফিয়ালৈ অসম আৰক্ষীৰ গুলী : ভৰা লুইতৰ মাজত আৰক্ষীয়ে গুলীয়ালে গো-মাফিয়াক

ধুবুৰীত গো-মাফিয়ালৈ অসম আৰক্ষীৰ গুলী, ভৰা লুইতৰ মাজত আৰক্ষীয়ে গুলীয়ালে গো-মাফিয়াক বাংলাদেশলৈ অবৈধভাৱে গৰু চালান দিওঁতে আৰক্ষীৰ গুলীবৰ্ষণ, নাও এৰি পলায়ন গো-মাফিয়াৰ গো-মাফিয়ালৈ লক্ষ্য কৰি প্ৰচণ্ড গুলীবৰ্ষণ আৰক্ষীৰ, ৩ খন নাৱৰে
Read More...

বৰ্ষীয়ান অভিনেতা দিলীপ কুমাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

বলীউডৰ বৰ্ষীয়ান অভিনেতা দিলীপ কুমাৰ আৰু নাই। ৯৮ বছৰ বয়সত মুম্বাইৰ হিন্দুজা হাস্পতালত শেষ নিশ্বাস ত্যাগ দিলীপ কুমাৰৰ। পুৱা ৭ বাজি ৩০ মিনিটত দেহাৱসান ঘটে যশস্বী অভিনেতাগৰাকীৰ। ‘ট্ৰেজেডী কিং’ ৰূপে পৰিচিত প্ৰবীণ অভিনেতা দিলীপ কুমাৰৰ
Read More...

ৰাজ্যৰ পেচেঞ্জাৰ ট্ৰেইনসমূহ অচিৰেই চলাচল কৰোৱাৰ বাবে উদ্যোগ গ্ৰহণ সাংসদ ভূৱনেশ্বৰ কলিতাৰ

ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে অসমত আন্তঃজিলা পৰিবহণ বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী-বেচৰকাৰী বিভিন্ন খণ্ডত কৰ্মৰত লোকসকলে নিজ নিজ কৰ্তব্যস্থানত উপস্থিত হ'বলৈ এখন জিলাৰ পৰা আনখন জিলালৈ যাবলগীয়া হোৱাৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সন্মুখীন
Read More...

নগাঁৱৰ সদৰ সমষ্টিৰ কেইবাটাও অঞ্চলত’সমুহীয়া কঠীয়াতলী আঁচনি’ৰ বীজ ৰোপনৰ শুভাৰম্ভ বিধায়ক…

কোভিড সৃষ্ট জটিল পৰিস্হিতিৰ মাজতে গ্ৰামাঞ্চলৰ কৃষক ৰাইজ কৃষি কৰ্মত নামি পৰিছে । বাৰিষা কালৰ বানক প্ৰত্যাহ্বান জনাই হলেও বৰ্তমান সময়ত শালি ধানৰ খেতিত  কৃষক সকলে মনোনিবেশ কৰিছে। আনহাতে বানপীড়িত অঞ্চলত শস্য ভূমি নষ্ট হোৱাৰ পাচত অসহায় হৈ
Read More...

নগাঁৱৰ কলং নৈত জপিয়াই কিশোৰৰ আত্মহত্যা

নগাঁও চহৰৰ কলং নৈৰ ওপৰত থকা আনন্দৰাম ঢেকিয়াল ফুকন দলঙৰ পৰা আজি পুৱা প্ৰায় ৮ বজাত এগৰাকী ১৫ বছৰীয়া কিশোৰে পানীত জপিয়াই আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আত্মহত্যা কৰা যুৱকজন নগাঁও চহৰৰ তেলীয়াপট্টিৰ ৰনি সিং বুলি জানিব পৰা
Read More...

বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ, গুৱাহাটী মহানগৰীলৈ ভাবুকি !

বিগত কেইদিনমানৰ পৰা ৰাজ্যত অব্যাহত ধাৰাসাৰ বৰষুণৰ ফলস্বৰূপে বৃদ্ধি পাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীলৈ ভাবুকি কঢ়িয়াইছে বৰ্ধিত পানীয়ে। এতিয়া ব্ৰহ্মপুত্ৰৰ ক্ৰমশ বৰ্ধমান পানীয়ে বিপদসীমা চুইছেগৈ। উজনি
Read More...

গুৱাহাটী–যোৰহাট টাউন জনশতাব্দী বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা

উত্তৰ–পূব সীমান্ত ৰে’লৱেই অহা ১২ জুলাইৰ পৰা পৰৱর্তী নির্দেশ নিদিয়ালৈ গুৱাহাটী আৰু যোৰহাট টাউনৰ মাজত এখন বিশেষ জনশতাব্দী ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ৰে’লযাত্রীসকলৰ সুবিধার্থে দেওবাৰটোৰ বাহিৰে সপ্তাহৰ ছয়দিন ৰে’লখন গুৱাহাটী আৰু
Read More...

চাপৰৰ নাথপাৰাত বৃদ্ধৰ মৃতদেহ উদ্ধাৰ

ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত নাথপাৰা নিবাসী উদয় কুমাৰ নাথ(৭০) যোৱাকালি সন্ধিয়াৰ পৰা নিৰুদ্দেশ হয় ।পৰিয়াল লোকে বিচাৰ-খোজাৰ কৰি মঙ্গলবাৰ পূৱা ৰত্নপীঠ মহাবিদ্যালয়ৰ সমীপত থকা এটা দখাৱৈত ওপঙি থকা অৱস্থাত বৃদ্ধ জনৰ মৃতদেহ উদ্ধাৰ হয় ।
Read More...

লাহৰীঘাটৰ বৰছলাত থকা এটা ভেজাল ডিজেল প্ৰস্তুত কৰা কাৰখানা উৎখাত

মৰিগাঁও জিলাৰ  লাহৰীঘাট আৰক্ষীয়ে  যোৱা নিশা     এক গোপন খবৰৰ ভিত্তিত  অভিযান চলাই বৰচলা আৰক্ষী চকীৰ অন্তৰ্গত পলাহজুৰি গাঁৱৰ ভেজাল ডিজেল প্ৰস্তুত কৰা  কাৰখানাটো উৎখাতৰ লগতে এজন লোকক আটক কৰে ।  আৰক্ষীয়ে পলাহজুৰি গাঁৱৰ অভিযান চলাই আটক কৰা 
Read More...