Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

মই বহুত আবেগিক মানুহ : শিলাদিত্য দেৱ।

লংকা  মই বহুত আবেগিক মানুহ। আবেগৰ যদি মই আকৌ  বশৰ্ৱতী হও, গম নোপোৱাকৈ যদি অন্যায় হৈ থাকে,  তাত কোনো বিচাৰ নহয়। তেতিয়া কিন্তু নামটো কৈ দিবলৈ বাধ্য হম। এতিয়া যিহেতু দলে সিদ্ধান্ত লৈছে,  আলোচনা কৰি সিন্ধান্ত গ্ৰহণ কৰিব, সেয়ে নামটো
Read More...

দৰঙত কৃষিমন্ত্ৰী অতুল বৰা, জিলা কৃষি বিষয়া ভাৰত কুমাৰ দেউৰীৰ পুত্তলিকা দাহ

দৰং  ৰাজ্যত অব্যাহত আছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি ৰূপায়ণত সংঘটিত বৃহৎ কেলেংকাৰীৰ বাতৰি৷ তাৰ মাজতে দৰঙত দেখিবলৈ পোৱা গ’ল কৃষিমন্ত্ৰী অতুল বৰা আৰু দৰঙৰ জিলা কৃষি বিষয়া ভাৰত কুমাৰ দেউৰীৰ পুত্তলিকা দাহ কৰা ঘটনা৷ প্ৰধানমন্ত্ৰী
Read More...

সাংবাদিক সৈতে দৰঙৰ উপায়ুক্তৰ মত বিনিময় : ঘৰৰ অতিৰিক্ত বিচনা কোৱাৰাণ্টাইন কেন্দ্ৰত দান কৰিবলৈ আহ্বান…

মঙলদৈ  দৰং জিলাৰ নৱনিযুক্ত উপায়ুক্ত দিলীপ কুমাৰ বৰাই ক'ভিড-১৯ সংক্ৰমণৰ এই জটিল সন্ধিক্ষণতো স্বাস্থ্য ক্ষেত্ৰৰ কামকাজৰ সমান্তৰালকৈ গতিশীল কৰিবলৈ চেষ্টা চলাইছে চৰকাৰৰ বিভিন্ন বিভাগৰ কামকাজ। অৰ্থনীতি স্হবিৰ হৈ নপৰিবলৈ তেওঁ এম জি এনৰেগা,
Read More...

গোৱালপাৰা ডাক সংমণ্ডলৰ “আপোনাৰ ডাকঘৰ আপোনাৰ দুৱাৰত” অভিযান

ধুবুৰী গোৱালপাৰা ডাক সংমণ্ডলৰ ডাক কৰ্মীসকলে গ্ৰাহকৰ ঘৰে ঘৰে গৈ ডাকঘৰৰ দ্বাৰা উপলব্ধ সেৱাসমূহ বিশেষকৈ ছেভিংছ, ৰেকাৰিং ডিপোজিট, সুকন্যা সমৃদ্ধি একাউণ্ট আৰু ডাক জীৱন বীমাৰ লেনদেনৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰি আই পি পি বি একাউণ্ট আৰু
Read More...

ৰাজহুৱা সম্পদ বিক্ৰী মোডী চৰকাৰৰ : ২২ মে’ত প্ৰতিবাদ মজদুৰ ইউনিয়নৰ

তিনিচুকীয়া ক'ভিড-১৯ ক'ৰোনা ভাইৰাছ মহামাৰীৰ আতংকত গৃহবন্দী জনতাক আত্মনিৰ্ভৰ ভাৰত গঢ়িবলৈ কোৱা নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে দেশৰ সম্পদ আৰু শিল্পসমূহ এপদ এপদকৈ পুঁজিপতি গোষ্ঠীৰ হাতত গতাবলৈ ধৰিছে৷ দেশৰ বুনিয়াদ গঢ়া এই সম্পদ আৰু
Read More...

সোণতলীত দলং নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

সোণতলী মাত্ৰ এক বছৰ পূৰ্বে বকোৰ বিধায়িকা নন্দিতা দাসে এছঅ’পিডিৰ অধীনত ৬৮ লাখ টকাৰ এখন কাঠৰ দলংখন নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে৷ তাৰে কিছুদিন পিছত মিৰ্জাস্থিত পৰেশ কলিতা নামৰ এজন ঠিকাদাৰৰ নেতৃত্বত দক্ষিণ কামৰূপৰ সোণতলীৰ আৰিকাটি
Read More...

মিৰ্জাত ২ যুৱকৰ প্ৰশংসনীয় পদক্ষেপ।

নামখলা ক’ৰোনা ভাইৰাছে বৰ্তমান সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰিছে। এই মহামাৰীৰ পৰা অঞ্চলবাসীক ৰক্ষাৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে মিৰ্জাৰ দুজন উদ্যমী যুৱক মদন দাস আৰু মিতু দাসে৷ সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাৰে ল’কডাউনৰ
Read More...

মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ প্ৰশসংনীয় পদক্ষেপ : অসমত আবদ্ধ হৈ থকা বিহাৰৰ ৬ ব্যক্তিক ৰে’লযোগে…

গুৱাহাটী বিহাৰৰ পৰা প্ৰায় ২০ ব্যক্তিয়ে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহি লকডাউন বাবে অসমত আবদ্ধ হৈ থাকিবলগীয়া হৈছিল৷ ১৮ মাৰ্চত গুৱাহাটী উপস্থিত হৈ কামাখ্যা মন্দিৰ দৰ্শন কৰি ২৬ মাৰ্চ তাৰিখে ৰে’ল যোগে বিহাৰলৈ উভতি যোৱাৰ কথা আছিল৷ ক’ৰোনা
Read More...

ঐতিহাসিক ৰাজমাও পুখুৰীত মৃতদেহ উদ্ধাৰ : নিশা মাছ মাৰিবলৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ

নাজিৰা নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত মঠিয়াছিগা ৰাজমাও পুখুৰীত বুধবাৰে পুৱাভাগত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে  আজি কিছুদিনৰ পৰা ৰাজমাও পুখুৰীকে ধৰি
Read More...

কেন্দ্ৰীয় চৰকাৰৰ খচৰা বিদ্যুৎ বিধেয়ক প্ৰস্তুত : আসাম ষ্টেট পাৱাৰ ৱ’ৰ্কাৰ্ছ ইউনিয়নৰ বিৰোধিতা

নাজিৰা ক’ৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত অব্যাহত থকা চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এখন খচৰা বিদ্যুৎ বিধেয়ক প্ৰস্তুত কৰি অহা ৫ জুনৰ ভিতৰত ৰাজ্য চৰকাৰৰ সমূহৰ পৰা মতামত বিচাৰিছে। উল্লিখিত বিধেয়কৰ জৰিয়তে
Read More...