Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

জার্মানীৰ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেললৈ আমন্ত্রিত ‘বেলকনিত ভগৱান’

দেশে–বিদেশে সুখ্যাতি লাভ কৰা অসমীয়া চলচ্চিত্র ‘বেলকনিত ভগৱান’ এইবাৰ প্রদর্শনীৰ বাবে আমন্ত্রণ লাভ কৰিছে জর্মানীৰ খ্যাতনামা চলচ্চিত্র মহোৎসৱ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ ষ্টুটগার্টৰ পৰা৷ অহা ২১ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱখনৰ
Read More...

ভাৰত ভূটান সীমান্তৰ দৰঙ্গাৰ পৰা দহদিন ধৰি সন্ধানহীন যুৱক

তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তৱৰ্তী  দৰঙ্গামেলাত থকা মেনকা চাহ বাগিচাৰ পৰা বিষ্ণু মগৰ নামৰ এজন উন্নৈশ বছৰীয়া যুৱক যোৱা ২৭ জুনৰ পৰা সন্ধান হীন হৈ আছে।মেনকা চাহ বাগিচাৰ প্ৰয়াত  হৰকা বাহাদুৰ মগৰ আৰু শান্তি মগৰৰ  পুত্ৰ বিষ্ণু মগৰে যোৱা
Read More...

হাৰিয়ানাত ৰহস্য জনক মৃত্যু উত্তৰ- পূৰ্বাঞ্চলৰ যুৱক যুৱতীৰ : হাতে হাতে প্লেকাৰ্ড লৈ‌ তীব্ৰ প্ৰতিবাদ

পুনৰ বহি: ৰাজ্যত ৰহস্য জনক মৃত্যু উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক যুৱতী । " উই ৱান্ট জাষ্টিচ , ৰুছে চাংমা আৰু চেমুৱেল চাংমাৰ ৰহস্য জনক মৃত্যুৰ  বিচাৰ লাগে আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ  সাব্যস্ত  ভকতপাৰাত ।  প্ৰায় ৫ শতাধিক কিশোৰ - কিশোৰী
Read More...

নগাঁও-কাৰ্বিআংলঙ সীমান্তত ব্যতিক্ৰমী পদক্ষেপ : বনৰীয়া হাতীৰ বাবে তৈয়াৰ কৰা হৈছে খাদ্য

কাৰ্বিআংলঙ সীমান্তবৰ্তী হাতীখুলি ৰংহাঙ গাঁৱত হাতী-মানুহৰ সংঘাতৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে এটা বিশেষ দৃশ্য । সংঘাত নহয় বন্যহস্তীৰ লগত বন্ধুত্ব স্থাপনৰ উদ্দেশ্যয়ে বন্যহস্তীৰ বিভিন্ন প্ৰিয় খাদ্যৰে ভৰপুৰ কৰি তোলা হৈছে এটা পাহাৰ ।যাক এক
Read More...

হাৰিয়ানাত ৰহস্যজনক মৃত্যু উত্তৰ- পূৰ্বাঞ্চলৰ যুৱক যুৱতীৰ

পুনৰ বহি: ৰাজ্যত ৰহস্য জনক মৃত্যু উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক যুৱতী । উই ৱান্ট জাষ্টিচ , ৰুছে চাংমা আৰু চেমুৱেল চাংমাৰ ৰহস্য জনক মৃত্যুৰ  বিচাৰ লাগে আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ  সাব্যস্ত  ভকতপাৰাত ।  প্ৰায় ৫ শতাধিক কিশোৰ - কিশোৰী ,
Read More...

মাংস ব্যৱসায়ীৰ পৰা কথাছবি নিৰ্মাতালৈ দক্ষিণ কামৰূপৰ এজন যুৱক

দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ সৰপাৰা গাওঁৰ নিবাসী তথা উদিয়মান অভিনেতা, পৰিচালক তথা সৰপাৰাৰ বি.টি. চি.ৰ "বৰষা মাংস ঘৰ"ৰ স্বত্তাধিকাৰী মাংস ব্যৱসায়ী হিচাপে পৰিচিত দিৱস দৰ্শনে নিৰ্মাণ কৰিছে এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া কথাছবি। পিতৃ ৰমণী দাস
Read More...

ভূৰাগাঁৱৰ সোণডোবা বিলত মীন আইন অমান্য কৰি মাছ নিধনত নামিছে দুষ্টচক্ৰ

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত সোণডোবা বিলত বিগত কিছুদিন ধৰি এটা দুষ্টচক্ৰই অসম চৰকাৰৰ মীন আইনক ভৰিৰে মোহাৰি দৈনিক কেইবাখনো ঢেকি জালেৰে কণিযুক্ত আৰু পোনা মাছৰ নিধনত নমা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে স্থানীয় ৰাইজে।
Read More...

নগাবন্ধা গাঁওপঞ্চায়তত অগপ আৰু বিজেপিৰ বন্ধুত্বত ছিৰাল ফাটত সভানেত্রীৰ সংবাদ মেল

মৰিগাঁও জিলাৰ লাহৰীঘাটত এইবাৰ অগপৰ পঞ্চায়ত প্ৰতিনিধিক ব্লেক মেইলিঙত নামিল বিজেপি কৰ্মী । জেহিৰুল ইছলাম নামৰ বিজেপি কৰ্মীজনে নগাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী লিলুফা খাতুক ভয় ,ভ‍বুকী দেখুৱাই ব্লেকমেইলিঙ কৰি বৃহৎ অংকৰ ধনদাবী কৰাৰ
Read More...

বালিপৰাৰ ১৮ মাইল অকাবস্তিত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ নিচাজাতীয় দ্ৰৱ্যৰ বিৰুদ্ধে কঠোৰ অভিযান চলি থকাৰ মাজতে যোৱা কালি শোণিতপুৰ জিলাৰ বালিপাৰাস্থিত ১৮ মাইল অকাবস্তিত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। ৰাজ্যজুৰি অসম আৰক্ষীয়ে অপৰাধ,হিংসাৰ কাৰক
Read More...

মৰিগাঁওৰ সাংস্কৃতিক দিশত আগবঢ়া এটি পৰিয়াল নাই কোনো আনুস্থানিক শিক্ষা

মৰিগাঁও নাওকাটা গাৱৰ এজন ব্যক্তি নাম পৱন বৰা ।এসময়ৰত অনাতাৰ কেন্দ্র পৰা অসমৰ বিভিন্ন ঠাইৰ লগতে অসমৰ বাহিৰত গীত পৰিৱেশন কৰি ক্ষ্যাতি অর্জন তথা অনাতাঁৰ কেন্দ্ৰৰ যুৱবানী অনুষ্ঠানত কেইবাবাৰু অশংগ্ৰহন কৰা এগৰাকী শিল্পী তেওঁ কন্ঠত
Read More...