Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত আজি কিছু শিথিলতা :এখন জিলাৰ পৰা আন এখন জিলালৈ কৰিব পাৰিব যাতায়ত

উপযুক্ত প্ৰমাণ দেখুৱাই কৰিব পাৰিব যাতায়ত,কেৱল পৰীক্ষাৰ্থীৰ বাবে এটা দিনৰ বাবে এই সুবিধা প্ৰদান,টুইটযোগে এই কথা জনাইছে জি পি সিঙে
Read More...

খৰাঙৰ কবলত পৰিছে ওৰাং মৌজা :পৰ্যাপ্ত পৰিমাণৰ বৰষুণ নাই

পুনৰ খৰাঙৰ কবলত পৰিছে  ওদালগুৰি জিলাৰ ওৰাং মৌজা ।প্ৰতিদিনে মেঘে ওন্দোলাই আছে যদিও পৰ্যাপ্ত পৰিমাণে বৰষুণ হোবা নাই । ফলত আহাৰৰ প্ৰথমটো সপ্তাহতো  মাজবাট ৰাজহ চক্ৰৰ অধীনস্থ ওৰাং মৌজাৰ কৃষক সকলে শালীধানৰ কঠিয়া   এতিয়ালৈকে ৰুব পৰা নাই।
Read More...

নেঘেৰিটিং চাহ বাগিছালৈ সাংসদ গৌৰৱ গগৈৰ এম্বুলেঞ্চ প্ৰদান

ক'ৰনা কালৰ মাজতে দেৰগাঁৱৰ নেঘেৰিটিং চাহ বাগিছা চিকিৎসালয়ৰ বাবে এক ভাল খবৰ কঢ়িয়াই আনিছে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰব গগৈয়ে। উল্লেখ্য যে, গৌৰব গগৈয়ে সাংসদ উন্নয়ন পূজিৰ ধনেৰে দেওবাৰৰ দিনটোত নেঘেৰিটিং চাহ বাগিছা চিকিৎসালয়ৰ ৰোগী
Read More...

দুখীয়াৰ বন্ধু ১০৮

বন্ধু! তাকো দুখীয়াৰ বন্ধু! দুখীয়া মানুহৰ বন্ধু খুউব কম থাকে বুলি কয়। বিপদে আপদে সহায় কৰা মানুহৰ সংখ্যা অতি কম। দুখীয়া নিচলাবোৰৰ বিপদ অহা মানে তেনে পৰিয়ালৰ মানুহে দিনতে তৰা দেখে। কি কৰিব কি নকৰিব? কেনেকৈ বিপদৰ পৰা উদ্ধাৰ পাব ইত্যাদিবোৰৰ কথা
Read More...

আন্তঃৰাষ্ট্ৰীয় হিন্দু সেনাৰ উদ্যোগত ৰক্তদান শিবিৰ

আন্তঃৰাষ্ট্ৰীয় হিন্দু সেনা, অসম ৰাজ্যিক কমিটিৰ উদ্যোগত দেওবাৰে গুৱাহাটীৰ ধীৰেনপাৰাস্থিত জয় হিন্দ ক্লাৱত এক ৰক্তদান কার্যসূচীৰ আয়োজন কৰা হয় । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সহযোগত অনুষ্ঠিত উক্ত ৰক্তদান কার্যসূচীত অংশ লয় সংগঠনটোৰ
Read More...

বৰপেটাত আটক এজন সুৰা ব্যৱসায়ী

আৱকাৰী বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে চুলাই মদকে ধৰি দেশী-বেদেশী সুৰাৰ চলাইছে ৰমৰমীয়া বেহা।  এই ক্ষেত্ৰত বৰপেটা আৰক্ষীয়ে আগভাগ লৈ চলাইছে অভিযান।এইবাৰ বৰপেটা আৰক্ষীৰ জালত পৰিল এজন সুৰা ব্যৱসায়ী। সুৰাৰ ঘাটিত পৰিণত
Read More...

কাৰ্ফিউৰ সুযোগ লৈ গোলাঘাটত চোৰৰ গেং

এফালে লকডাউন আৰু  কাৰ্ফিউ আনফালে সৰ্বসাধাৰণৰ মাজত অৰ্থনৈতিক সংকট। অৰ্থনৈতিক দুৰবস্থাই কোঙা কৰা এই জটিল সময়তে গোলাঘাটত পুনৰ সক্ৰিয় হৈ উঠিছে  চোৰৰ বৃহৎ গেং।কাৰ্ফিউৰ সুযোগ লৈ নগৰখনৰ কেইবাটাও অঞ্চলত চোৰে চলালে চাফাই অভিযান। শনিবাৰে নিশা
Read More...

উন্নত জাতৰ বিনামূলীয়া বীজ নাপালে ওৰাঙৰ কৃষকে

বিটিএডি ওদালগুৰি জিলাৰ মাজবাট ৰাজহ চক্ৰৰ ওৰাং মৌজাৰ কৃষক সকলে এইবাৰ এক কিলো উন্নত জাতৰ বিনামূলীয়া ধানৰ বীজ পাবলৈ সক্ষম নহল  । বিগত সময়ত ওদালগুৰি জিলা কৃষি বিভাগে  মৌজাটোৰ কৃষক সকলক সকাহ দি জেঠৰ প্ৰথম বা দ্বিতীয় সপ্তাহতে উন্নত জাতৰ আইজং,
Read More...

সমাজ কৰ্মী তুষাৰ পাললৈ “ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন বঁটা”

মৰিয়নি  চেলেংহাটৰ এগৰাকী সমাজ কর্মী তথা শৰীৰ চৰ্চাবিদ  তুষাৰ পাললৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন বঁটা । আপকুৰ সহযোগত পাঁচ বছৰো অধিক সময় ড্ৰাগছ আৰু সুৰাৰ বিৰুদ্ধে সজাগতা শিবিৰ অনুষ্ঠিত কৰি অহাৰ বাবে এই জন সমাজ  কৰ্মী তথা শৰীৰ
Read More...

ঈদগাহ, কৱৰ স্থানত দুই হিন্দু যুৱকৰ বৃক্ষৰোপন

দক্ষিণ কামৰূপ সচেতন মঞ্চই ৭২ সংখ্যক বন মহোৎসৱৰ স'তে সংগতি ৰাখি পলাশবাৰী আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ৯খন ঈদগাহস্থলী আৰু কৱৰ স্থানত বৃক্ষৰোপন কৰে। সচেতন মঞ্চৰ উপদেষ্টা, সাংবাদিক তথা লেখক দীপক শৰ্মা আৰু মঞ্চৰ অধ্যক্ষ তথা প্ৰাক্তন
Read More...