Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

দুখীয়াৰ বন্ধু ১০৮

বন্ধু! তাকো দুখীয়াৰ বন্ধু! দুখীয়া মানুহৰ বন্ধু খুউব কম থাকে বুলি কয়। বিপদে আপদে সহায় কৰা মানুহৰ সংখ্যা অতি কম। দুখীয়া নিচলাবোৰৰ বিপদ অহা মানে তেনে পৰিয়ালৰ মানুহে দিনতে তৰা দেখে। কি কৰিব কি নকৰিব? কেনেকৈ বিপদৰ পৰা উদ্ধাৰ পাব ইত্যাদিবোৰৰ কথা
Read More...

আন্তঃৰাষ্ট্ৰীয় হিন্দু সেনাৰ উদ্যোগত ৰক্তদান শিবিৰ

আন্তঃৰাষ্ট্ৰীয় হিন্দু সেনা, অসম ৰাজ্যিক কমিটিৰ উদ্যোগত দেওবাৰে গুৱাহাটীৰ ধীৰেনপাৰাস্থিত জয় হিন্দ ক্লাৱত এক ৰক্তদান কার্যসূচীৰ আয়োজন কৰা হয় । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সহযোগত অনুষ্ঠিত উক্ত ৰক্তদান কার্যসূচীত অংশ লয় সংগঠনটোৰ
Read More...

বৰপেটাত আটক এজন সুৰা ব্যৱসায়ী

আৱকাৰী বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে চুলাই মদকে ধৰি দেশী-বেদেশী সুৰাৰ চলাইছে ৰমৰমীয়া বেহা।  এই ক্ষেত্ৰত বৰপেটা আৰক্ষীয়ে আগভাগ লৈ চলাইছে অভিযান।এইবাৰ বৰপেটা আৰক্ষীৰ জালত পৰিল এজন সুৰা ব্যৱসায়ী। সুৰাৰ ঘাটিত পৰিণত
Read More...

কাৰ্ফিউৰ সুযোগ লৈ গোলাঘাটত চোৰৰ গেং

এফালে লকডাউন আৰু  কাৰ্ফিউ আনফালে সৰ্বসাধাৰণৰ মাজত অৰ্থনৈতিক সংকট। অৰ্থনৈতিক দুৰবস্থাই কোঙা কৰা এই জটিল সময়তে গোলাঘাটত পুনৰ সক্ৰিয় হৈ উঠিছে  চোৰৰ বৃহৎ গেং।কাৰ্ফিউৰ সুযোগ লৈ নগৰখনৰ কেইবাটাও অঞ্চলত চোৰে চলালে চাফাই অভিযান। শনিবাৰে নিশা
Read More...

উন্নত জাতৰ বিনামূলীয়া বীজ নাপালে ওৰাঙৰ কৃষকে

বিটিএডি ওদালগুৰি জিলাৰ মাজবাট ৰাজহ চক্ৰৰ ওৰাং মৌজাৰ কৃষক সকলে এইবাৰ এক কিলো উন্নত জাতৰ বিনামূলীয়া ধানৰ বীজ পাবলৈ সক্ষম নহল  । বিগত সময়ত ওদালগুৰি জিলা কৃষি বিভাগে  মৌজাটোৰ কৃষক সকলক সকাহ দি জেঠৰ প্ৰথম বা দ্বিতীয় সপ্তাহতে উন্নত জাতৰ আইজং,
Read More...

সমাজ কৰ্মী তুষাৰ পাললৈ “ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন বঁটা”

মৰিয়নি  চেলেংহাটৰ এগৰাকী সমাজ কর্মী তথা শৰীৰ চৰ্চাবিদ  তুষাৰ পাললৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন বঁটা । আপকুৰ সহযোগত পাঁচ বছৰো অধিক সময় ড্ৰাগছ আৰু সুৰাৰ বিৰুদ্ধে সজাগতা শিবিৰ অনুষ্ঠিত কৰি অহাৰ বাবে এই জন সমাজ  কৰ্মী তথা শৰীৰ
Read More...

ঈদগাহ, কৱৰ স্থানত দুই হিন্দু যুৱকৰ বৃক্ষৰোপন

দক্ষিণ কামৰূপ সচেতন মঞ্চই ৭২ সংখ্যক বন মহোৎসৱৰ স'তে সংগতি ৰাখি পলাশবাৰী আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ৯খন ঈদগাহস্থলী আৰু কৱৰ স্থানত বৃক্ষৰোপন কৰে। সচেতন মঞ্চৰ উপদেষ্টা, সাংবাদিক তথা লেখক দীপক শৰ্মা আৰু মঞ্চৰ অধ্যক্ষ তথা প্ৰাক্তন
Read More...

লাহৰীঘাট গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডত ছেনিটাইজেচন

সম্প্রতি ক'ৰণা মহামাৰী চলি থকা সময়ত বহু সংখ্যক লোক ক'ৰণা আক্রান্ত হৈ মৃত্যু বৰণ কৰি আছে। তেনে অৱস্থাত বৰ্তমান মৰিগাঁও জিলাক ৰেড জ'ন চিনাক্ত কৰি সম্পূৰ্ণ লক ডাউন ঘোষণা কৰা হৈছে । এই কেইদিনত লাহৰীঘাটতো ক'ৰণা আক্রান্ত হৈ একাংশ ব্যক্তিৰ
Read More...

ব্লাড কেঞ্চাৰত ভুগি থকা শিশুৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য প্ৰদান স্বেচ্ছাসেৱী সংগঠনৰ

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ এটা ব্যতিক্রমী স্বেচ্ছাসেৱক সংগঠন, লাহৰীঘাট ছচিয়েল ওয়েল ফেয়াৰ অৰগেনাইজেচনে এই বেলি বহু জনহিতকৰ কাম কৰি সমাজত এটা বিশেষ মৰ্যাদা লাভ কৰিছে।লাহৰীঘাট অঞ্চলৰ ধিঙৰআটি গাঁৱৰ আইজুল ইছলামৰ কন্যা শিশু চোমাইয়া
Read More...

১৫ বছৰীয়া বৈবাহিক জীৱন সমাপ্ত আমিৰ-কিৰণৰ

১৫ বছৰীয়া বিবাহ সমাপ্ত কৰাৰ সিদ্ধান্ত ল'লে বলীউড অভিনেতা আমিৰ খান আৰু তেওঁৰ পত্নী কিৰণ ৰাৱে। শক্তি দম্পতীহালে ৩ জুলাইত এক যুটীয়া বিবৃতিৰে পৃথকীকৰণৰ কথা ঘোষণা কৰে। অভিনেতাজনে প্ৰথমে ৰীনা দত্তৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। দম্পতীহালৰ দুই
Read More...