Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

আৰক্ষীৰ গুলীত নিহত মাষ্টাৰমাইণ্ড কানৱালদীপ

ড্রাগ্ছ ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰা অজিত দাসৰ অপহৰণৰ ঘটনাৰ সৈতে জড়িত হৈ থকা অভিযুক্ত এজনক আজি গ্রেপ্তাৰ কৰাৰ পাছতেই পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলীয়াই নিহত কৰে৷ কার্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে প্রকাশ কৰা অনুসৰি অজিত
Read More...

জম্মুৰ পৰা উদ্ধাৰ হোজাইৰ মহিলা, ২৫ জুনত ভেকচিন কেন্দ্ৰলৈ যোৱাৰ সময়ত হৈছিল সন্ধানহীন

হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত শিংগিৰপাৰ গাঁৱত যোৱা ২৫ জুন তাৰিখে সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা৷ ডবকাৰ শিংগিৰপাৰৰ এগৰাকী বিবাহিতা মহিলা পিতৃগৃহৰ পৰা পুৱা নীলবাগানৰ ভেকচিন কেন্দ্ৰলৈ যোৱাৰ বাটৰ পৰা সন্ধানহীন হয়৷ ঘটনা সংক্ৰান্তত
Read More...

গোলাঘাটত ক’ভিডে লৈছে ভয়ংকৰ ৰূপ : নিশা ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰীৰ

গোলাঘাটত ৰোধ হোৱা নাই ক'ভিডৰ সংক্ৰমণ। দৈনিক বৃদ্ধি পোৱা ক'ভিড পৰিস্থিতিত ত্ৰস্তমান গোলাঘাটবাসী। কালি নতুনকৈ ৩২৩ জন ক'ভিড পজিটিভ চিনাক্ত হৈছে। ক'ভিডৰ দ্বিতীয় ঢৌত গোলাঘাটত এতিয়া ক'ভিড ৰোগীৰ সংখ্যাই  ১২৪৭১ ঘৰ স্পৰ্শ কৰিলে। লগতে কালি মৃত্যু
Read More...

লাহৰীঘাটৰ ভেকচিন কেন্দ্ৰত উত্তেজনা

মৰিগাঁও জিলাৰ লাহৰীঘাট খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ  বোৱালগুৰি হাইস্কুল ভেকচিন কেন্দ্ৰত  যোৱা কালি স্বাস্হ্য কৰ্মী ছাইফুল ইছলামক কৰ্তব্যৰত অৱস্হাত ৬-৭ জনীয়া যুককৰ দল এটাই আমন্ত্ৰণ কৰি আহত কৰে । আক্ৰমণকাৰী আটাইকেইজন বিজেপি
Read More...

বিধায়ক হৈছোঁ বুলি সংগ্ৰাম এৰি দিয়া নাই। শিৱসাগৰলৈ যোৱাৰ বাটত অখিল গগৈৰ মন্তব্য

প্ৰায় ডেৰ বছৰ ধৰি কাৰাবন্দী হৈ থকাৰ পাছত অৱশেষত কাৰাবান্দী জীৱনৰ অৱসান ঘটাই বৃহস্পতি বাৰে মুকলি আকাশৰ তললৈ আহিল শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। বিধায়ক অখিল গগৈয়ে শুকুৰবাৰে নিজ সমষ্টিলৈ যোৱাৰ পথত নগাঁৱৰ
Read More...

দৰঙৰ ডিটিঅ’ কুমাৰ সঞ্জীৱ কৃষ্ণক নিলম্বন

ৰাজপথত সুৰাপান কৰি উদ্ভণ্ডালি কৰা দৰঙৰ জিলা পৰিবহণ বিষয়া (ডি টি অ’) তথা আঞ্চলিক পৰিবহণ কর্তৃপক্ষৰ সচিব কুমাৰ সঞ্জীৱ কৃষ্ণক তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ নিলম্বন কৰা হৈছে৷ পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ নির্দেশমর্মে কুমাৰ সঞ্জীৱ কৃষ্ণক
Read More...

লাহদৈগড় আৰক্ষী চকীৰ সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত

লাহদৈগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় ৰয়ৰ নেতৃত্বত সুৰা আৰু অসামাজিক কাৰ্য্য কলাপৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে পুনৰ ঢেকীয়াখোৱা দগাচুকৰ ডিম্বেশ্বৰ শইকীয়া ,বৰখেলিয়া তিনি আলিৰ গোপাল দাস আৰু ৰামপুৰৰ চুনিল কুমাৰৰ বাসগৃহত
Read More...

নগৰবেৰাৰ বদলাত হাঁহক ল’ই দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট, গুৰুতৰভাৱে আহত কেইবাজন

নগৰবেৰাৰ টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত বদলা পথাৰ টিয়াপাৰাত ক্ৰমে দিলবৰ হুছেইন আৰু ফকৰ উদ্দিন নামৰ দুই পক্ষৰ মাজত বৃহস্পতিবাৰে সন্ধিয়া প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। কেইজনমানী হাঁহক ল'ই দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট হোৱাৰ ফলত দুয়ো
Read More...

সাহিত্য অকাডেমীৰ ‘পৰিৱেশ সাহিত্য’ বিষয়ক গৱেষণাপত্ৰ পাঠ কাৰ্যসূচীলৈ আমন্ত্ৰিত অসমৰ তিনি…

ভাৰত চৰকাৰৰ অধীনস্থ প্ৰসিদ্ধ প্ৰতিষ্ঠান সাহিত্য অকাডেমীৰ উদ্যোগত পৰিৱেশ সাহিত্য বিষয়ক গৱেষণাপত্ৰপাঠ কাৰ্যসূচীলৈ আমন্ত্ৰিত হৈছে অসমৰ সাম্প্ৰতিক প্ৰজন্মৰ তিনিগৰাকী লেখক। আধুনিক সাহিত্যত বিশেষ গুৰুত্ব লাভ কৰা ইকো-ক্ৰিটিচিজ্মৰ চৰ্চা কৰি থকা
Read More...

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰাক্তন সূদক্ষ ভলীবল খেলুৱৈ জয়ন্তৰ জয় কেতিয়া ? সংস্থাপনৰ অনুৰোধ ক্ৰীড়াপ্ৰেমী…

অসমৰ ভলীবল জগতত অতি জনপ্ৰিয় চিনাকী নাম প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ জয়ন্ত শৰ্মা। যাৰ শিৰা-উপশিৰাত ধাৱবান হৈ আছে ভলীবলৰ তেজ। পুৱা শুই উঠাৰে পৰা ৰাতি শুৱালৈ ভলীবলৰ বাহিৰে অইন চিন্তা নাই জয়ন্তৰ। প্ৰতিদিনে ভলীবলৰ নতুনত্ব বিচাৰি ফুৰা জয়ন্তৰ
Read More...