Breaking

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত মৰিগাঁও সদৰ ছাত্র সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

0 1,018

পেট্টল ডিজেলকে ধৰি অত্যাবশ্যকীয় সামগ্ৰী অত্যাধিক মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি মৰিগাঁও সদৰ ছাত্ৰ সন্থাই মৰিগাঁৱৰ মাজমজিয়াত এক বৃহৎ প্ৰতিবাদী কায্যসূচী ৰূপায়ণ কৰা দেখা যায় ।ছাত্র সন্থাৰ শতাধিক নেতা কৰ্মীয়ে বিভিন্ন প্ৰতিবাদী ধ্বনি আদি আগত লৈ অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। সন্থাটোৰ প্ৰতিবাদী নেতা-কৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰি মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰক কঠোৰ সমালোচনা কৰে।

লগতে যোগান মন্ত্রীৰ পুত্তলিকা দাহ কৰিব লওঁতে আৰক্ষীয়ে বাধা দিয়াত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত কিছু হতাহতি হোৱাও পৰিলক্ষিত হয় ।

Leave A Reply