Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠক সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীকো কৰিব সাক্ষাৎ
Read More...

পুৱাই গুৱাহাটীৰ পৰা নিজ সমষ্টিলৈ ৰাওনা বিধায়ক অখিল গগৈ

মুকলি আকাশৰ অহাৰ পাছতে শিৱসাগৰলৈ যাত্ৰা অখিল গগৈৰ ৷আজি পুৱাই শিৱসাগৰলৈ ৰাওনা হ’ল অখিল গগৈ যাত্ৰা পথত ঠায়ে ঠায়ে শুভেচ্ছা-আদৰণি অখিল গগৈক
Read More...

বিক্ৰী বন্ধ হ’ল শিখৰ,ৰজনীগন্ধা,গুটখা আৰু পাণমচলা

১৪৪ধাৰাৰ অধীনত জাৰি কৰা হৈছে নিষেধাজ্ঞা, কামৰূপ জিলাত নিষিদ্ধ জৰ্দা,পাণমচলা,গুটখা শিখৰ , জিলা উপায়ুক্ত কৈলাস কাৰ্তিকে নিষিদ্ধ কৰিছে পাণমচলা,গুটখা আদি বিক্ৰী মজুতকৰণ, কামৰূপ জিলাত জৰুৰী নিৰ্দেশনা প্ৰশাসনৰ
Read More...

BREAKING:আৰক্ষীৰ গুলীত আহত ধৰ্ষণকাৰী চৈয়দ আলী : আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ বিচাৰোতে দুই ভৰিত…

গুলীবিদ্ধ পাঠা। মৰিগাঁৱৰ ভোৰাগাঁৱৰ ৯ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰা ৬৫ বছৰীয়া অপৰাধী চৈয়দ আলি ওৰফে পাঠা পুৱতি নিশা গুলীবিদ্ধ । মৰিগাঁও আৰক্ষীয়ে অপৰাধীজনক ভোৰাগাঁৱৰ বালিডোঙাত ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে লৈ গৈ থাকোঁতে পলাবলৈ চেষ্টা কৰে আৰু
Read More...

ওৰাং,ৰৌতা মাজবাটত বন মহোৎসৱত পালন বন বিভাগৰ

১জুলাইত ওদালগুৰি জিলাৰ  ওৰাং, ৰৌতা আৰু মাজবাটত  ৭২ সংখ্যক বন মহোৎসৱ পালন কৰে মাজবাট বন বিভাগে। এই বন মহোৎসৱৰ লগত সংগতি ৰাখি মাজবাট বন বিভাগে  বিভিন্ন অঞ্চলত  গছ পুলি ৰোপন কৰে ।  আম, মধুৰীআম ,শিলিখা, জাম,কঠাল  ইত্যাদি মুল্যবান ফল মূল ৰোপন
Read More...

গৰৈমাৰীত অনাময় আঁচনিৰ শৌচালয় নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ টি এম পি কেৰ

বোকাখাত বিধান সভাৰ মহুৰামুখৰ উত্তৰ মহুৰা গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ ২ নং গৰৈমাৰীত নিৰ্মাণ কৰি থকা অনাময় আঁচনিৰ শৌচালয় নিৰ্মাণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে মিছিং ছাত্ৰ সংগঠন টি এম পি কেই৷অভিযোগ অনুসৰি জনৈক দাওঁ উপাধিৰ এগৰাকী
Read More...

জুৱা খেলৰ বিৰুদ্ধে বৰডুবি আৰক্ষীৰ অভিযান : নগদ ধনসহ চাৰিজনক আটক

ড্ৰাগ-গাঞ্জাৰ সমান্তৰালকৈ আৰক্ষীয়ে জুৱা খেলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ।বুধবাৰে নিশা বৰডুবিৰ দেওহাল চাহ বাগিচাত জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত ৪ জনকৈ জুৱাৰীক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় । ৰাজ্যৰ কৰনা কালীন পৰিস্থিতিৰ
Read More...

ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত দিল্লী নাৰীসৰবৰাহকাৰী এজন যুৱকক আটক

ডিব্ৰুগড় জিলাৰ জকাই পুৰণি বলাই গাঁৱৰ এগৰাকী ২৫ বছৰীয়া বিবাহিত মহিলাক অপহৰণ কৰিব আহি আৰক্ষী হাতত ধৰা পৰে দিল্লী এজন যুৱক। যুৱক জনৰ নাম অজিত ৰাজপাল। জানিব পৰামতে কিছুদিন পূৰ্বে নাৰীসৰবৰাহকাৰী ৪১বছৰীয়া অজিত ৰাজপালে ম'বাইলৰ যোগেদি ভিডিঅ' কল
Read More...

বিশ্বনাথ জিলা কৃষি বিভাগৰ বৃহৎ পদক্ষেপ।বানাক্ৰান্ত কৃষকৰ বাবে ৬০০ বিঘা মাটিত কঠিয়া পৰাৰ শুভাৰম্ভ

বিগত বছৰৰ দৰে এইবাৰো অসম চৰকাৰে বানাক্ৰান্ত কৃষকৰ বাবে আগতীয়াকৈ শালী ধানৰ কঠীয়া সিঁচাৰ ব্যৱস্থা গ্ৰহন কৰিছে। বিশ্বনাথ জিলা কৃষি বিষয়াৰ তত্বাবধানত তথা গহপুৰ মহকুমা কৃষি বিভাগ আৰু স্থানীয় বিধায়কৰ সহযোগত  গহপুৰ মহকুমাত প্ৰায় ৬০০ বিঘা
Read More...

কোভিড প্ৰ’টকলৰ ওপৰত বকোৰ ১০ নং দক্ষিণ বকো গাওঁ পঞ্চায়তৰ উদ্যোগত সজাগতাৰ বাণী প্ৰচাৰ

চৰকাৰী এছ অ পি মানি চলিবলৈ ৰাইজক আহ্বান। সম্প্ৰতি ক'ৰোণা মহামাৰীৰ আতংকৰ বাবে চৌদিশে সৃষ্টি হৈছে সন্ত্ৰাসৰ। এই ক্ষেত্ৰত ভীতিগ্ৰস্ত নহৈ সকলোকে সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনাইছে চৰকাৰ তথা সচেতন নাগৰিকে। ইফালে ক'ৰোণা মহামাৰী অধিক সংক্ৰমণ
Read More...