ৰাইজৰ বাৰ্তা

ৰাছিয়াৰ আক্ৰমণত পুনৰ নিহত কেইবাগৰাকী ইউক্ৰেইনৰ নাগৰিক…

 অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ।ইয়াৰ মাজতে ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ এখন শ্বপিং মলত ৰাছিয়াই কৰা বোমা বৰ্ষণৰ ফলত ৬ গৰাকীকৈ লোক নিহত হয়। সোমবাৰে এই বিষয়ে...

খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছলৈ অসমৰ তিনি খেলুৱৈ…

প্ৰথম বাৰৰ বাবে অসমৰ ৩ গৰাকী কাৰাটে খেলুৱৈয়ে খেল ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছলৈ নিৰ্বাচিত হৈ ইতিহাস সৃষ্টি কৰিছে। বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন ২০২১ চনতে...

দ্বিতীয় বাৰলৈ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ এন বীৰেন সিঙৰ…

একেৰাহে দ্বিতীয়বাৰৰ বাবে মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে এন বীৰে সিঙে। বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতৃত্বৰ উপস্থিতিত মণিপুৰৰ ৰাজভৱনত শপত গ্ৰহণ কৰে বীৰেন সিঙে।...

কোন কেন্দ্ৰীয় মন্ত্ৰী আজিৰ UBER চালক!

কাবুল তালিবানৰ হাতত পৰাৰ কেইদিনমান পূৰ্বে বিত্তমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰা খালিদ পায়েণ্ডাই এতিয়া তেওঁৰ পৰিয়ালৰ ভৰণ পোষণৰ বাবে ৱাশ্বিংটন ডিচিত উবেৰ চলাবলগীয়া হৈছে।...

ৰঙা পিয়াঁজৰ কেইটামান আচৰিত গুণ…

পিয়াঁজক বিভিন্ন ৰোগৰ প্রতিৰোধক হিচাপে ব্যৱহাৰ কৰা হয়। পিয়াঁজ কেন্সাৰ ৰোগৰ প্রতিষেধক। ই হৃদযন্ত্ৰ শক্তিশালী কৰে। তাৰোপৰি পিয়াঁজে ৰক্তহীনতা দূৰ কৰাত অনবদ্য ভূমিকা গ্ৰহণ...

Popular