Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

গুৱাহাটীৰ অমিয় নগৰত দৰিদ্ৰ লোকক সাহায্য ইণ্ডিয়ান বেংকৰ

গুৱাহাটীভাৰতৰ জনগণ ক’ভিড-১৯ ৰোধ কৰাৰ যুঁজ অব্যাহত ৰাখিছে৷ আনহাতে ক’ভিড-১৯ক ৰোধ কৰাৰ অৰ্থে দেশজুৰি লকডাউন অব্যাহত আছে৷ সোমবাৰৰ পৰা তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছে৷ ইপিনে, লকডাউন অব্যাহত থকাত দৰিদ্ৰ লোকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে৷ এনে
Read More...

জামুগুৰিহাটৰ শলগুৰিত দুৰ্ঘটনাত চালকসহ আহত ২

জামুগুৰিহাটলকডাউনৰ নীতি নিয়ম বহুখিনি শিথিল কৰাৰ প্ৰথম দিনটতেই জামুগুৰিহাটৰ শলগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক পথ দুৰ্ঘটনা সংঘটিত হয়৷ জামুগুৰিহাটৰ পৰা তেজপুৰ অভিমুখী এএছ-০১-ডিএন ৩১৩৩ নম্বৰৰ তীব্ৰ বেগী এখন ছুইফট ডিজায়াৰ গাড়ী নিয়ন্ত্ৰণ
Read More...

অৱসৰপ্ৰাপ্ত শিক্ষক বিশিষ্ট সমাজ কৰ্মী ৰামচন্দ্ৰ বৰুৱাৰ মৃত্যু

শিৱসাগৰজোলাটুপ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰামচন্দ্ৰ বৰুৱাৰ সোমবাৰে পুৱা ১০ বজাত ডিমৌমুখ চেঁচাসত্ৰৰ নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত ৰামচন্দ্ৰ বৰুৱাৰ বয়স আছিল ৬৬ বছৰ। কিছুদিন ধৰি ৰামচন্দ্ৰ বৰুৱা বহুমূত্ৰ ৰোগত
Read More...

চৰাইদেউত পুনৰ কাঠফুলা খাই এজনৰ মৃত্যু

সাপেখাতীচৰাইদেউ জিলাৰ চৰাইপুঙৰ লাকিলী হাবি গাঁৱত পুনৰ বিষাক্ত কাঠফুলা খাই এজনৰ মৃত্যু হয়৷ দেওবাৰে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা লোকজন পাপু কোঁৱৰ (২৬) বুলি জানিব পৰা গৈছে৷ শুকুৰবাৰে পুৱাৰ আহাৰৰ
Read More...

তিনিচুকীয়াত চি আৰ পি এফ জোৱানৰ আত্মহত্যা

তিনিচুকীয়া তিনিচুকীয়া দুৰ্গাবাৰীস্থ আৰ এছ এছ কাৰ্যালয়ত নিয়োজিত ৬৮ নং বেটেলিয়ান জোৱান অমৃত কুমাৰে কালি নিশা নিজৰ ছাৰ্ভিচ ৰাইফলেৰে কাৰ্যালয়ৰ বাথৰোমত মুৰত গুলীয়াই আত্মহত্যা কৰে। ছুইছাইড নোট লিখি থৈ যোৱা জোৱানজনৰ ঘৰ বিহাৰত বুলি
Read More...

তৃতীয় পৰ্যায়ৰ লকডাউন ; গোলাঘাটত শিথিল নহ’য় সকলো ব্যৱস্থা

গোলাঘাট দেশত তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত চৰকাৰী ঘোষণা অনুসৰি গোলাঘাট জিলা সেউজ মণ্ডলত প্ৰৱেশ কৰিলে যদিও সোমবাৰে গোলাঘাট জিলা প্ৰশাসনে মাইক যোগে ঘোষণা কৰিছে কেতবোৰ নিৰ্দেশ। সেইমৰ্মে, অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰতো জিলাখনৰ
Read More...

নাগালেণ্ডৰ পৰা পদব্ৰজে ফৰকাটিং, বৰপথাৰলৈ উভতিল ৪৫ জন শ্ৰমিক

নাজিৰা অসমৰ সীমান্তৰ নাগালেণ্ডৰ কয়লাখনিত দুমাহ ধৰি মহা সংকটত দিন-ৰাতি অনাহাৰ-অনিদ্ৰাৰে অতিবাহিত কৰা ৪৫ জন শ্ৰমিক যোৱা নিশা পদব্ৰজে নাগালেণ্ডৰ চেতাপবস্তি আৰু কংনঙৰ পৰা নাজিৰা সীমান্তৰ মাজেৰে গোলাঘাট জিলাৰ সৰুপথাৰ- বৰপথাৰ আৰু ফৰকাটিঙলৈ
Read More...

সাপেখাতীত কাঠফুলা ভক্ষণ কৰি মৃত্যু হোৱা পৰিয়ালৰ গৃহত যোৰহাট লোকসভা সমষ্টি সাংসদ তপন কুমাৰ গগৈ

সাপেখাতীচৰাইদেউ জিলাৰ সোনাৰি বিধান সভা সমষ্টিৰ অৰ্ন্তগত সাপেখাতীৰ ভোগবাৰী গাঁৱত কাঠফুলা ভক্ষণ কৰি মৃত্যু হোৱা দুৰ্ভগীয়া পৰিয়ালটোৰ গৃহত দেওবাৰে উপস্থিত হয় যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ৷ সাংসদ গগৈয়ে চৰাইদেউ জিলাৰ
Read More...

টিংখাঙত এ টি এম সেৱা সঘনাই অচল : সোমবাৰৰ পৰা জমা প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ পেকেজৰ দ্বিতীয় কিস্তিৰ ধন

টিংখাং ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড় অঞ্চলৰ জনসাধাৰণে সঘনে এটিএম সেৱাৰ পৰা বঞ্চিত হ'ব লগা হোৱাত গ্ৰাহকসকলৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈ আহিছে। জিলাখনৰ ভিতৰুৱা ঠাই হিচাপে পৰিচিত টিংখাঙৰ ৰাজগড়ত থকা ভাৰতীয় ষ্টেট
Read More...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত ব্ৰহ্মপুত্ৰৰ চাপৰিত গৰু-ম’হৰ প্ৰতিষেধক

বোকাখাতদেশত চলি আছে লকডাউন। লকডাউনৰ মাজতো প্ৰতিকূল বতৰক নেওচি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ দল আৰু পশু চিকিৎসকৰ দলে ব্ৰহ্মপুত্ৰৰ ভক্তে আৰু বামুন চাপৰিত সম্পন্ন কৰিছে গৰু আৰু ম'হৰ প্ৰতিষেধক প্ৰদানৰ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
Read More...