ৰাইজৰ বাৰ্তা

ওদালগুৰিৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত ৰোগীৰ মাজত হাহাকাৰ

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ পয়ালগা ছবি । ৰাতিপুৱা ১১ বজাৰ পিছতো চিকিৎসালয়ত উপস্থিত নহয় চিকিৎসক । বুধবাৰে ওদালগুৰি জিলাৰ ধনশিৰিৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত সময়মতে চিকিৎসক...

গোসাইগাঁওৰ শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযান

বিগত সময়ত পৰা ড্ৰাগছ মাফিয়াৰ ত্ৰাস সৃষ্টি কৰি অহা  গোসাঁইগাঁৱৰ শিমুলটাপু আৰক্ষী চকীৰ আন এক বৃহৎ সফলতা লাভ কৰে। এক গোপন সূত্ৰৰ পম খেদি...

গোসাইগাঁৱৰ ৰায়মোনাত নাবিলাকক ধৰ্ষণ

 গোসাইগাঁও মহকুমাৰ ভাৰত- ভূটান সীমান্ত এলেকাৰ ৰায়মোনা অঞ্চলৰ দুই গৰাকী নাবালিকা দুই পাষণ্ডৰ হাতত ধৰ্ষিতা হবলগীয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সীমান্ত এলেকাত ৷প্ৰাপ্ত...

ডিমৌ শাখা কবি সন্মিলনলৈ “দ্বিতীয় শ্ৰেষ্ঠ শাখা” ৰ সন্মান

 শিৱসাগৰ জিলা কবি সন্মিলনৰ তৃতীয় দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে যোৱা ৭ নৱেম্বৰত ভটিয়াপাৰত অনুষ্ঠিত সাংগঠনিক দক্ষতাৰ ভিত্তিত  ডিমৌ শাখা কবি সন্মিলনক ...

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে লেখাপানী,জাগুন অঞ্চলটো ধৰ্মীয় ষট পূজা পালন।

আজি ষট পূজা,ভাৰতৰ আন আন ৰাজ্যৰ লগতে অসমতো পালন কৰা হয় ষট পূজা। ভৌজপুৰী সমাজৰ মাজত একমাত্ৰ ধৰ্মীয় পূজা হিচাপে প্ৰচলিত এই ষট পূজা...

Popular