Breaking

বিজেপিত যোগদান কৰি পুনৰ বিধায়ক হিচাপে কপাল ফুলিল ফণী তালুকদাৰৰ!

0 24

বিজেপিত যোগদান কৰি পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ফণী তালুকদাৰে এইবাৰ ২৫ হাজৰৰো অধিক ভোটৰ ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হৈছে। ভৱানীপুৰ সমষ্টিত ফণী তালুকদাৰে ২৫,০৩১ টা ভোটত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। তেওঁ মুঠ ভোট লাভ কৰে ৬৩, ৩৫৫ টা ভোট। বিধানসভাৰ নিৰ্বাচনত এ আই ইউ ডি এফৰ হৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ফণী তালুকদাৰ। তেতিয়া তেওঁ লাভ কৰিছিল ৫৫, ৯৭৫ টা ভোট আৰু তাৰ বিপৰীতে অগপৰ প্ৰাৰ্থী ৰঞ্জিত ডেকাই লাভ কৰিছিল ৫২,৭৪৮ টা ভোট। তেতিয়া ৩,২২৭ টা ভোটৰ ব্যৱধানত এ আই ইউ ডি এফৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ফণী তালুকদাৰ।

Leave A Reply