Breaking

এজন জেষ্ঠ্য কৰ্মচাৰীক শাৰিৰীক আৰু মানসিক ভাৱে অপদস্থ

0 2,017

যি সময়ত চৰকাৰে কৰ্মচাৰী সকলৰ জীবন আৰু নিৰাপত্তাক লৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে তেনে সময়তে গুৱাহাটীস্থ পৰিবহণ আয়ুক্ত কাৰ্যালয়ত এজন জ্যেষ্ঠ কৰ্মচাৰীক শাৰীৰিক আৰু মানসিক ভাৱে অপদস্থ কৰাক লৈ সৰ্বত্ত প্ৰতিবাদৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে গুৱাহাটীস্থ পৰিবহণ আয়ুক্ত কাৰ্যালয়ত আয়ুক্ত গৰকীয়ে গুৱাহাটী পৰিবহণ আয়ুক্ত কাৰ্যালয়ৰ পঞ্জীয়ক প্ৰদীপ সেনাপতিক শাৰিৰীক আৰু মানসিক ভাৱে অপদস্থ কৰাক সদৌ অসম চৰকাৰী পৰিবহণ কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা মৰিগাঁও জিলা পৰিবহণ কাৰ্যালয় এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

Leave A Reply