Breaking

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মুখত কিলি আৰু নিমাৰ গুণগান

0 2,025

ছচিয়েল মিডিয়াত বিভিন্ন ভাষাৰ গানত ৰীলছ নিৰ্মাণ কৰি জনপ্ৰিয় হৈ পৰা তাঞ্জানিয়াৰ কিলি আৰু নিমাৰ কথা এইবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মুখত। মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে দুয়োগৰাকীৰ প্ৰশংসা কৰি কয়- কিলী আৰু নিমাই ভাৰতৰ সংগীতৰ প্ৰতি যি আগ্ৰহ দেখুৱাইছে সেয়া অতিকৈ আদৰণীয়।

তেওঁলোকে লতা দিদিকো সন্মান জনাইছে, আমাৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিছে। তেওঁলোকৰ ওচৰত মই কৃতজ্ঞ। উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে ভাৰত চৰকাৰৰ তৰফৰ পৰাও কিলী আৰু নিমাক সন্মান জনোৱা হৈছিল।

Leave A Reply