দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৰামভোলাপাৰাত আৰক্ষীৰ ড্ৰাগছ দাহ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন আৰক্ষী থানাৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰা ড্ৰাগছ সোমবাৰে মানকাচৰৰ ৰামভোলাপাৰাত দাহ কৰে জিলা আৰক্ষীয়ে।

আৰক্ষীয়ে জব্দ কৰা বিভিন্ন ধৰণৰ নিচাজাতীয় দ্ৰব্য, টেবলেট, ভাং আদি চিকিৎসক, কাৰ্যবাহী দণ্ডাধীশ আৰু জিলা আৰক্ষীৰ উপস্থিতিত দাহ কৰে।

-আশিক ইকবাল হোচেইন, মানকাচৰ

Related Articles