Breaking

আৰক্ষীৰ অভিযানত জব্দ চাৰি হাজাৰ নিচাজাতীয় টেবলেট

0 46

গৌৰীপুৰৰ বালাজানত আৰক্ষীৰ অভিযানত জব্দ চাৰি হেজাৰ নিচাজাতীয় টেবলেট।

আটক বেল্লাল সেখ। ধৃত যুৱক জনে কোচবিহাৰৰ পৰা ধুবুৰী অভিমুখী WB 63 A / 0968 নম্বৰৰ যাত্ৰীবাহী বাছেৰে টেৱলেট কঢ়িয়াই নিয়াৰ পথত বালাজন আৰক্ষীয়ে আটক কৰে।


যুৱকজনৰ পৰা চাৰি হেজাৰ নিচাজাতীয় টেবলেটৰ লগতেই কফছিৰাপ উদ্ধাৰ কৰে। ধৃত যুৱক জনৰ ঘৰ ধুবুৰীৰ বিদ্যাপাৰাত বুলি জানিব পৰা গৈছে৷

Leave A Reply