Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
ৰাজনীতি
দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক ড° নৰেন হাজৰিকাক সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান
অৰুণাচলীৰ গুলীত আহত পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য
নগাঁও লোকসভা উপ-নিৰ্বাচনত AIUDFৰ প্ৰাৰ্থী ৰেজাউল কৰিম সৰকাৰ
Assam Cabinet meeting:ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 1, 2024
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma)সভাপতিত্বত মঙলবাৰে দিছপুৰৰ লোক সেৱা ভৱনত অনুষ্ঠিত হয় (Assam Cabinet meeting) ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰি কৰে মন্ত্রী জয়ন্তমল্ল বৰুৱাই।
BJP’s massive protest :বিজেপিৰ বিশাল প্ৰতিবাদ :মন্ত্ৰী পীয়ূষ হাজৰিকা সহ ৯জন বিধায়কৰ অংশগ্ৰহন
ৰাজনীতি
দৈনন্দিন বাৰ্তা
-
October 1, 2024
অসমৰ ২৯ হাজাৰ নিবনুৱাই চাকৰি পাব, সেয়ে কংগ্ৰেছৰ নেতাৰ গাত পূৰণি ধৰিছে ৷ এই মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ।(Congress party national president Mallikarjun Kharge) কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ তথা সেই দলৰে চিত্তপুৰ সমষ্টিৰ বিধায়ক প্ৰিয়াংক খাৰ্গেই টুইটাৰত কৰা অসম বিৰোধী মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শাসনাধিষ্ঠিত বিজেপি ৷তাৰেই প্ৰতিবাদত (BJP's massive protest) বিজেপিৰ বিশাল প্ৰতিবাদ জাগীৰোডত সাব্যস্ত ৷
Mission Bwiswmuthi:মিছন বসুমতি সম্পৰ্কে বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৰ সৈতে চক্ৰ বিষয়াৰ পৰ্যালোচনা বৈঠক
ৰাজনীতি
দৈনন্দিন বাৰ্তা
-
October 1, 2024
(Mission Bwiswmuthi) ভূমি আৰু ৰাজহ সম্পৰ্কীয় সেৱাৰ বাবে (BTR),বি.টি.আৰত ভূমি আৰু ৰাজহ সম্পৰ্কীয় সেৱাসমূহৰ বাবে এক ডিজিটেল কৰাৰ লক্ষ্যৰে বিভিন্ন ধৰণৰ কামকাজ চলি আছে । মঙ্গলবাৰে বিটিচি সচিবালয়ৰ কনফাৰেন্স হলত বিটিচিৰ প্ৰধান প্ৰমোদ বড়োৰ সভাপতিত্বত চক্ৰ বিষয়াৰ এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় (BTC Chief Pramod Boro)
AAP ASSAM: আপ অসমৰ সংবাদমেল, পুনৰ ৭৫০ কোটি টকাৰ ঋণ ৰাজ্য চৰকাৰৰ
ৰাজনীতি
দৈনন্দিন বাৰ্তা
-
October 1, 2024
"ঋণৰ ওপৰতে ঋণ লৈ ৰাজ্যখনক অৰ্থনৈতিকভাবে নিশকতীয়া কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে (Himanta Bisaw Sharma) ! ৰাজ্যৰ বিৰোধী দল, অৰাজনৈতিক সংগঠন তথা বৌদ্ধিক মহলৰ সমালোচনাৰ পাছতো অব্যাহত আছে চৰকাৰখনৰ ঋণৰ ওপৰত ঋণ লোৱাৰ প্ৰক্ৰিয়া । যেন ঋণৰ ওপৰতে বৰ্তি আছে চৰকাৰখন । প্রতি মাহেই হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যোৱা ১৭ ছেপ্টেম্বৰত ৫০০ কোটি টকা আৰু ২৪ ছেপ্টেম্বৰত ২৫০ কোটি টকাৰ ঋণ লোৱাৰ পিছত পুনৰ আজি অৰ্থাৎ ১ অক্টোবৰ তাৰিখে ৭৫০ কোটি টকাৰ ঋণ লোৱাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । চৰকাৰে মাথোঁ হিতাধিকাৰী সৃষ্টিৰ জৰিয়তে ভোট বেংক সুৰক্ষিত কৰাৰ লক্ষ্যতেই এইদৰে ৰাজ্যবাসীৰ মূৰত বৃহৎ ঋণৰ বোজা জাপি দিছে। ইয়াৰ বাবদ ৰাজ্য চৰকাৰে বছৰি ৭ হাজাৰৰ পৰা ৮ হাজাৰ কোটি টকালৈ সুদ ভৰিব লগা হৈছে। (AAP Press Meet)
International Senior Citizens’ Day মঙ্গলবাৰে আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱসত অংশগ্ৰহণ সাংকৃতিক মন্ত্ৰী বিমল বৰা
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
দৈনন্দিন বাৰ্তা
-
October 1, 2024
অসম চৰকাৰৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ সামাজিক ন্যায় আৰু সবলীকৰণৰ সঞ্চালকালয়ৰ উদ্যোগত আৰু জ্যেষ্ঠ নাগৰিক সন্থা অসমৰ সহযোগত আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস (International Senior Citizens' Day) মঙ্গলবাৰে পালন কৰা হয় ।
1
...
123
124
125
...
623
Page 124 of 623
Popular
ব্যৱসায়ী, সমাজসেৱক বিনোদ বিহাৰী দত্তৰ ১৭ সংখ্যক মৃত্যু তিথি উদযাপনঃ ভূমিধৰ শৰ্মা, মহেশ ডেকা, দুগ্ধ ডেকা, ধীৰাজ চহৰীয়াক সম্বৰ্ধনা
দৈনন্দিন বাৰ্তা
-
September 1, 2026