ৰাজনীতি

Tirupati Mandir Laddu controversy: ৰাজনীতিৰ পৰা দেৱতাক আঁতৰাই ৰাখিব লাগেঃ উচ্চতম ন্যায়ালয়

উচচতম ন্যায়ালয়ে তিৰুপতি মন্দিৰৰ লাডুত পশুৰ চৰ্বি থকা ঘিউৰ দাবী সন্দৰ্ভত প্ৰমাণ বিচৰাৰ সমান্তৰালকৈ ধৰ্মক ৰাজনীতিৰ বাহিৰত ৰাখিবলৈ আহ্বান জনায়।(Tirupati Mandir Laddu controversy)

Jharkhand Polls: আজছু, জেডি(ইউ) সৈতে বিজেপিৰ আসন ভাগ-বতৰা প্ৰায় চূড়ান্ত হৈছে, ঝাৰখণ্ডত ক‘লে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

পূৰ্বে বিজেপি আৰু সদৌ ঝাৰখণ্ড ছাত্ৰ সন্থাই একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আশা কৰা হৈছিল যদিও বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে জনতা দলো (ইউনাইটেড) এই মিত্ৰতাৰ অংশ হ’ব।(Jharkhand Polls)

us presidential election 2024: নৱেম্বৰত অনুষ্ঠিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন! নিৰ্বাচনত প্ৰবাসী ভাৰতীয়ই ল’ব গুৰুত্বপূৰ্ণ ভূমিকা

আমেৰিকাত ভাৰতীয় মূলৰ প্ৰায় ৫০ লাখ লোক বাস কৰাৰ বাবে নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত এইসকল ভোটাৰে এক প্ৰকাৰে নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰে।(us presidential election 2024)

BJP membership drive: সদস্য ভৰ্তিৰ দিশৰ পৰা দেশৰ প্ৰথম ২০ টা বিধানসভা সমষ্টিৰ তালিকাত অসমৰ তিনি সমষ্টিঃ জয়ন্ত মল্ল বৰুৱা

সদস্য ভৰ্তিৰ দিশৰ পৰা দেশৰ প্ৰথম ২০ টা বিধানসভা সমষ্টিৰ তালিকাত অসমৰ তিনি সমষ্টি থকা বুলি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই প্ৰকাশ কৰিছে।(BJP membership drive)

AGP gratitude’Chief Ministerমুখ্যমন্ত্ৰীক কৃতজ্ঞতা অগপৰ

AGP gratitude'Chief Minister অসম চুক্তি ৰূপায়ণৰ দিশত অসম চৰকাৰৰ বৃহৎ পদক্ষেপ ৷ মুখ্যমন্ত্ৰীক কৃতজ্ঞতা অগপৰ ৷ অসম গণ পৰিষদৰ হৈ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, উপ সভাপতিদ্বয় বিষ্ণু দাস আৰু অপূৰ্ব ভট্টাচাৰ্য, সাধাৰণ সম্পাদক মনোজ শইকীয়া, ড° তপন দাস, সুনীল ডেকা আৰু মণিমাধৱ মহন্ত তথা সম্পাদক গুণমণি ভূঞাৰ লগতে কেইবাগৰাকীও দলীয় বিষয়ববীয়াই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে।

Popular