Breaking

Browsing Category

ৰাজনীতি

শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী : অসমীয়াতে নিজৰ ভাষণ আৰম্ভ কৰিলে মোদীয়ে

আজি শিৱসাগৰৰ জেৰেঙা পথাৰত এখন বিশাল জনসভা সম্ৱোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীগৰাকীয়ে এক লাখ লোকক ভূমি পট্টা প্ৰদানৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। অনুষ্ঠানত অসমীয়াতে নিজৰ ভাষণ আৰম্ভ কৰি মোদীয়ে অসমবাসীৰ মৰম আৰু আতিথ্যক
Read More...

সুৰাৰ ৰম্যপুৰী নগৰবেৰা : আৰক্ষী চক্ৰ বিষয়াই উৎখাত কৰিলে অবৈধ সুৰাৰ দোকান

শেহতীয়াকৈ নগৰবেৰাত দেশী-বিদেশী সুৰা আৰু চুলাই মদৰ আগ্ৰাসনে সচেতন ৰাইজৰ টোপনি হৰিছে । স্মৰ্তব্য যে বৃহত্তৰ অঞ্চলটোত এখনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত মদৰ দোকান নাই যদিও একাংশ অসাধু ব্যৱসায়ীয়ে প্ৰশাসনক মেনেজ কৰি বছৰ বছৰ ধৰি অবৈধ সুৰা, চুলাই
Read More...

অসম মেঘালয় সীমান্তবৰ্তী মুদুকীত মেঘালয়ৰ অবৈধ গেট স্থাপন

কামৰূপ জিলাৰ অসম মেঘালয় সীমান্তৱাৰ্তি  পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ অধীনৰ মুদুকীত মেঘালয় চৰকাৰে যোৱা কালি  স্থাপন কৰা এটি অবৈধ টল গেট আজি কামৰূপ জিলা প্ৰশাসনে উচ্ছেদ কৰে  । অসম আৰু মেঘালয় ৰ মাজত সীমা নিৰ্ধাৰণৰ বিষয়টোৰ প্ৰতি
Read More...

বঙাইগাঁৱত বিজেপিৰ ৰাষ্ট্ৰীয় উপ সভাপতি বৈজয়ন্ত জে পাণ্ডাৰ সাংগঠনিক সভা

বঙাইগাঁও জিলা বিজেপিৰ আজি এখন গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয় ৷ বঙাইগাঁও চহৰৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত এই সাংগঠনিক সভাত বিজেপি দলৰ ৰাষ্ট্ৰীয় উপ সভাপতি তথা অসম ৰাজ্যিক বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত জে পাণ্ডা উপস্থিত থাকে ৷ জিলা
Read More...

মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

বলিউদৰ প্ৰসিদ্ধ গীতিকাৰ জাভেদ আখতাৰে দাখিল কৰা এটা মানহানিৰ গোচৰত অভিনেত্ৰী কংগনা ৰানাৱতক মুম্বাই আৰক্ষীৰ ওচৰত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে ।এজন আৰক্ষী বিষয়াই এই কথা জানিবলৈ দিয়ে। অহা শুকুৰবাৰে অভিনেত্ৰী কংগনাক জুহু আৰক্ষীৰ সন্মুখত
Read More...

কংগ্ৰেছ-এ আই ইউ ডি এফৰ মহাজোট বন্ধন নহয়,মহাজট বন্ধনহে হব

কংগ্ৰেছ-এ আই ইউ ডি এফৰ মহাজোট বন্ধন নহয়, মহাজট বন্ধন হব।কেইদিনমানৰ পিচত জট ভাঙোতেই কাজিয়া হব। কংগ্ৰেছো শূণ্য আৰু এ আই ইউ ডি এফো শূণ্য। গতিকে শূণ্যৰ লগত শূণ্য যোগ হ'লে উত্তৰ শূণ্যই হব। কিন্তু এই জোটবন্ধনে কিছু কিছু স্থানত যে খিলঞ্জীয়া
Read More...

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক প্ৰদান কৰা হয় চতিয়া ৰত্ন

চতিয়া সমষ্টিৰ জনপ্ৰিয় বিধায়ক পদ্ম হাজৰিকাক চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুস্থিত হোৱা বিশাল জনসমাবেশৰ মাজত প্ৰদান কৰা হয় চতিয়া ৰত্ন সন্মান । সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী হিচাপে সামাজিক জীৱনৰ পাতনি মেলা পদ্ম হাজৰিকাই
Read More...

বৰক্ষেত্ৰীত বিজেপিৰ ৰাজহুৱা সভা

বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ গোৰক্ষাট্টাৰীত আজি ভাৰতীয় জনতা পাৰ্টীয়ে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে।৫৭ নং দৌলাশাল লাৰকুছি গাওঁ পঞ্চায়তৰ অন্তৰ্গত গোৰক্ষাট্টাৰী লক্ষ্মী মন্দিৰ প্ৰাংগনত বৰক্ষেত্ৰী মণ্ডল বিজেপিয়ে অনুষ্ঠিত কৰা উক্ত সভাত
Read More...

গোগামুখত মন্ত্ৰী ড° শৰ্মাৰ দ্বাৰা কুমটীয়া দলঙৰ আধাৰশিলা স্থাপন : ধেমাজিত নিৰ্মাণ হ’ব চিকিৎসা…

আমাৰ বিজেপি দলৰ চৰকাৰ জনসাধাৰণৰ উন্নয়নৰ বাবে দায়বদ্ধতাৰে কাম কৰি আহিছে ৷ আমাৰ চৰকাৰৰ নেতৃত্বত অসমৰ উন্নয়নৰ গতি তৰান্বিত হৈছে অসমৰ অন্য জিলাৰ দৰে ধেমাজি জিলাও দ্ৰুতগতিত উন্নতিৰ জখলালৈ গতি কৰিছে ৷ আজি ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ বৰদলনিত
Read More...

“ধেমাজি এতিয়া আগৰ ধেমাজি হৈ থকা নাই ৷ ধেমাজিলৈ পৰিবৰ্তন আহিছে” : হিমন্ত বিশ্ব শৰ্মা

"আমাৰ বিজেপি দলৰ চৰকাৰ জনসাধাৰণৰ উন্নয়নৰ বাবে দায়বদ্ধতাৰে কাম কৰি আহিছে ৷ আমাৰ চৰকাৰৰ নেতৃত্বত অসমৰ উন্নয়নৰ গতি তৰান্বিত হৈছে অসমৰ অন্য জিলাৰ দৰে ধেমাজি জিলাও দ্ৰুতগতিত উন্নতিৰ জখলালৈ গতি কৰিছে ৷" : আজি ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ
Read More...