Breaking

Browsing Category

ৰাজনীতি

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত ৰণশিঙা বজালে অসম জাতীয় পৰিষদে : একাৱন্ন জনীয়া জিলা…

আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত বিশাল বাইক ৰেলিৰে ৰাজপথ কঁপালে অসম জাতীয় পৰিষদে। কেন্দ্ৰীয় সমিতিৰ সম্পাদক চিত্ৰ বসুমতাৰীক লগত লৈ উজনি মাজুলীৰ মাজৰ দেউৰীৰ পৰা মাজুলীৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী পদ্মেশ্বৰ
Read More...

বন্ধ কৰি দিয়া হ’ল আমিনুল ইছলামৰ ফেচবুক পেজ

বন্ধ হ'ল AIUDFৰ নেতা আমিনুল ইছলামৰ ফেচবুক পেজ । ফেচবুক কৰ্তৃপক্ষই বন্ধ কৰিলে নেতাগৰাকীৰ ৩টাকৈ ফেচবুক পেজ । ফেচবুক পেজ বন্ধ হোৱাত সৰৱ আমিনুল ইছলাম । বিষয়টোক লৈ উদ্বেগ প্ৰকাশ AIUDFৰ । BJPৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ নেতাগৰাকীৰ ।
Read More...

হয়তো আপুনি নিবিচাৰে ! কিন্ত গৰিষ্ঠসংখ্যক দেশবাসীয়ে পুনৰ প্ৰধানমন্ত্ৰীৰ ৰূপত বিচাৰে মোদীক

আগন্তুক লোকসভা নিৰ্বাচনত গৰিষ্ঠসংখ্যক দেশবাসীয়ে পুনৰ দেশৰ প্ৰধানমন্ত্ৰীৰ ৰূপত মোদীকেই পচন্দ কৰে। এই কথা আমি কোৱা নাই । শেহতীয়াকৈ এটা সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য । দেশৰ বহুটো গুৰুত্বপূৰ্ণ সমস্যা সমাধানত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন
Read More...

কৃষি আইন বাতিলৰ দাবীত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

মহানগৰীত প্ৰদেশ কংগ্ৰেছে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী। গুৱাহাটী ৰটাৰী ক্লাৱৰ পৰা আৰম্ভ হৈছিল এই প্ৰতিবাদ।  ৰাজ্যিক কংগ্ৰেছে গ্ৰহণ কৰিছে ৰাজভৱন ঘেৰাও কাৰ্যসূচী। কৃষক বিৰোধী আইন বাতিলৰ দাবী সাৱস্ত্য কৰা হৈছে এই প্ৰতিবাদ। প্ৰেট’ল ,ডিজেল আৰু
Read More...

প্ৰধানমন্ত্ৰীয়ে আজি শুভাৰম্ভণি কৰিলে কৰোণা ভেকচিন প্ৰদান প্ৰক্ৰিয়া

আজি সমগ্ৰ দেশৰ বাবেই এক ঐতিহাসিক দিন। আজিৰে পৰা সমগ্ৰ দেশতে আৰম্ভ হ'ল কৰোণাৰ ভেকচিন প্ৰদান প্ৰক্ৰিয়া। ভাৰতৰ এই কোৰোণা ভেকচিনেশ্যন প্ৰক্ৰিয়া সমগ্ৰ বিশ্ৱৰ ভিতৰতে সবাটোতকৈ ডাঙৰ হিচাপে চিহ্নিত হৈছে। কোৰোণাৰ টিকা প্ৰদানৰ বাবে সাজু কৰি তোলা
Read More...

কৃষি আইন সন্দৰ্ভত কেন্দ্ৰীয় কৃষি মন্ত্ৰী আৰু বিৰোধী সংগঠনৰ মাজত আলোচনা

কেন্দ্ৰীয় চৰকাৰ আৰু সংসদত অলপতে গৃহীত হোৱা কৃষি আইন কেইখনৰ বিৰোধীতা কৰা কৃষক সংগঠনসমূহৰ মাজত আজি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত নৱমলানি আলোচনা অনুষ্ঠিত হৈছে। আলোচনাৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে
Read More...

কাইলৈ ১.৯ লাখ লোকক দিয়া হ’ব ক’ভিড ভেকচিন

কাইলৈ আৰম্ভ হ’ব ক’ভিড ভেকচিন প্ৰক্ৰিয়া৷ ভেকচিনৰ প্ৰাকমুহূৰ্তত জনতা ভৱনত আয়োজন স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল৷ প্ৰথমতে ৰাজনৈতিক ব্যক্তিয়ে ভেকচিন লাভৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ নাপায়৷ প্ৰথম পৰ্যায়ত স্বাস্থ্যকৰ্মী, দ্বিতীয়
Read More...

শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰলৈ আহিব মোদী

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২৩ জানুৱাৰীত শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰলৈ আহিব । ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই এই সন্দৰ্ভত আজি সংবাদ মাধ্যমক কয় যে - জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগানেৰে দিছপুৰৰ গাদী দখল কৰিবলৈ সক্ষম হোৱা
Read More...

গুৱাহাটী আৰু ডিব্ৰুগড়ত কাইলৈ পৰা শুভাৰম্ভণি হ’ব ক’ভিডৰ টীকাকৰণ

কৰ’ণা মহামাৰীৰ ভয়ংকৰ সংহাৰৰ পাছতে এতিয়া বিশ্বৰ লগতে ভাৰত পালেহি ক’ভিডৰ প্ৰতিষেধক। ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমত ইতিমধ্যে দুখন হেলিকপ্তাৰেৰে ক’ভিশ্বীল্ড নামৰ প্ৰতিষেধক অনা হৈছে। অহা ১৬ জানুৱাৰীত ৰাজ্যৰ গুৱাহাটী আৰু ডিব্ৰুগড়ত ৰাজ্যৰ
Read More...

ঢেকীত পিঠাগুৰি খুন্দি জুহলাত পিঠা বনাই ভোগালীক আদৰিবলৈ সাজু বিধায়িকা আঙুৰলতা

অসমীয়াৰ অতিকৈ চেনেহৰ মাঘৰ বিহুলৈ মাজত মাত্র আৰু এটা দিন বাকী থকাৰ সময়ছোৱাত এতিয়া গাঁৱে ভূঞে চহৰে নগৰে দেখিবলৈ পোৱা গৈছে মাঘ বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। যেন এক প্ৰকাৰ গাত যেন তৰনি নোহোৱা হৈছে গাঁৱৰ ডেকা , বুঢ়া মেঠা জীয়াৰী
Read More...