ৰাজনীতি

ট্ৰেক্টৰত উঠি নাজিৰাৰ নেপালীখুঁটিৰ বান পৰিস্থিতি পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ

ট্ৰেক্টৰত উঠি নাজিৰাৰ নেপালীখুঁটিৰ বান পৰিস্থিতি পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ

তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ উদয়ানিধি ষ্টেলিনক গ্ৰেপ্তাৰ

তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ উদয়ানিধি ষ্টেলিনক গ্ৰেপ্তাৰ। অভিনেত্রী তৃষা সন্দৰ্ভত বিতর্কিত মন্তব্য কৰাৰ গোচৰত গ্ৰেপ্তাৰ।

তৃতীয়বাৰো ক্ৰাইম ব্ৰাঞ্চত হাজিৰ নহয় পৱন খেড়া

আজিও ক্ৰাইম ব্ৰাঞ্চত হাজিৰ নহয় পৱন খেড়া । দলীয় অনুষ্ঠানৰ বাবে ক্ৰাইম ব্ৰাঞ্চত উপস্থিত নহয় পৱন খেড়া।

বাজেট দাখিলৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

সদনত বাজেট দাখিলৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদমেল। সংবাদমেলত বহু গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

সদনত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট দাখিল বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

সদনত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট দাখিল বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট দাখিল ৰাজ্যৰ জনমূৰি আয় ১,৮৫,৪২৯ টকালৈ বৃদ্ধি।

Popular