Breaking

Browsing Category

ৰাজনীতি

২২ৰ পৰা ৩০ বছৰৰ ভিতৰত বিয়া পাতিবলৈ আহ্বান মুখ্যমন্ত্ৰী ড° শৰ্মাৰ

আপোনাৰ সন্তানৰ বয়স কিমান হৈছে। যদি আপোনাৰ সন্তানে ২২ বছৰ বয়সত ভৰি দিছে তেনেহলে বিয়া পতাৰ বিষয়ে চিন্তা কৰক। এই পৰামৰ্শ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। আজি ড° শৰ্মাই এক অনুষ্ঠানত নিজৰ ভাষন
Read More...

অগপৰ ৰাজ্যিক সম্পাদক দিলীপ কুমাৰ দাসে কৰিলে নলবাৰী মৈৰাদঙ্গাৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ নৱনিৰ্মিত…

নলবাৰী চহৰৰ নিচেই সমীপতে থকা মৈৰাদঙ্গাত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ নৱ নিৰ্মিত ভৱনটো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। ২০১৪ চনতে আৰম্ভ কৰা মৈৰাদঙ্গাৰ সেৱাৰ থলী শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ নৱ নিৰ্মিত ভৱনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়৷
Read More...

৩ দিনৰ পূৰ্বেই জন্মু-কাশ্মীৰত ভাৰত জোড়ো যাত্ৰা সামৰিলে ৰাহুল গান্ধীয়ে; কিন্তু কিয়?

ভাৰত জোড়ো যাত্ৰাৰ কাৰ্যসূচী বাতিল। নিৰাপত্তা জনিত কাৰণত এই যাত্ৰা বাতিল কৰা হৈছে। জন্মু-কাশ্মীৰত ভাৰত জোড়ো যাত্ৰা কাৰ্যসূচীত অংশ লৈছিল ৰাহুল গান্ধীয়ে। কাশ্মীৰ উপত্যাকাত নিৰাপত্তাৰ ক্ষেত্ৰত
Read More...

পিতৃ-মাতৃয়ে শিশুৰ ওপৰত হেঁচা প্ৰয়োগ কৰা উচিত নহয়-প্ৰধানমন্ত্ৰী মোদী

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 'পৰীক্ষা পে চৰ্চা' শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে দেশৰ ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰে। হাইস্কুল শিক্ষান্ত আৰু উচ্চতক মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰায় ৩৮ লাখ ছাত্ৰ-ছাত্ৰীৰ লগতে এই অনুষ্ঠানৰ
Read More...

নিৰ্বাচনৰ পূৰ্বে মেঘালয়ত জব্দ ৮.৯৬ লাখ হিচাপহীন নগদ ধন

শুকুৰবাৰে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া এফ আৰ খাৰকংগৰে জনোৱা মতে, মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত নিৰ্বাচনী বিষয়াসকলে ৮.৯৬ লাখ টকাৰ হিচাপহীন নগদ ধন আৰু ৮ হাজাৰ টকাৰো অধিক মূল্যৰ মদ জব্দ কৰিছে। মুখ্য
Read More...

অসম যুৱ পৰিষদ তৰফৰ পৰা নৱনিযুক্ত অগপৰ কেন্দ্ৰীয় সম্পাদক দিলীপ কুমাৰ দাসক সম্বৰ্ধনা জ্ঞাপন…

বিগত কিছুদিন পূৰ্বে অসম গণ পৰিষৰদ যুৱ নেতা তথা নলবাৰী সমাজ জীৱনৰ লগত জৰিত বিশিষ্ট সমাজকৰ্মী দিলীপ কুমাৰ দাসে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদকৰ দায়িত্বভাৰ গ্ৰহণ কৰে। যাৰ বাবে দলটোৰ বিষয়ববীয়া তথা
Read More...

‘চীনে আমাৰ মাটি দখল কৰিছে’- অৰবিন্দ কেজৰিৱাল

অৰবিন্দ কেজৰিৱালে এবাৰো কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি লৈছে। এইবাৰ তেওঁ চীন সন্দৰ্ভত চৰকাৰক প্ৰশ্ন কৰি কোনো কঠোৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে যোৱা কেইবছৰমানৰ পৰা চীনে আমাৰ সীমান্তত আগলৈ চাই আছে। চীনে আমাৰ ভূমি দখল
Read More...

বিধানসভা নিৰ্বাচন আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে কি পৰিকল্পনা বিজেপিৰ!

ভাৰতীয় জনতা পাৰ্টিয়ে চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া ৯খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে বিজয়ৰ এক মাষ্টাৰ প্লেন প্ৰস্তুত কৰিছে। এই পৰিকল্পনাৰ সহায়ত বিজেপিয়ে বিৰোধীৰ সৈতে খেলিব পাৰে। ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ
Read More...

ৰাহুল গান্ধীৰ ভৱিষ্যতৰ পত্নীৰ কি কি গুণ থাকিব লাগিব? এই কথা ক’লে ৰাহুল গান্ধীয়ে

দুটা বৈশিষ্ট্য থাকিব লাগিব - তেওঁ হ’ব লাগিব ‘এগৰাকী মৰমিয়াল ব্যক্তি আৰু এগৰাকী বুদ্ধিমান!’।সততে ভাৰতৰ আটাইতকৈ যোগ্য স্নাতক বুলি অভিহিত কৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অৱশেষত বিবাহ সম্পৰ্কে নিজৰ মতামত ব্যক্ত কৰিছে। দেশজোৰা যাত্ৰা (মাৰ্চ)ত
Read More...

‘ভাৰত জোডো যাত্ৰা’ত বাহুবলী ৰুপত ৰাহুল গান্ধীৰ পোষ্টাৰ

জম্মুত ‘ভাৰত জোডো যাত্ৰা’ৰ সময়ত দেখা গ’ল ৰাহুল গান্ধীৰ ‘বাহুবলী অৱতাৰ’। যাত্ৰাত বাহুবলী অৱতাৰত ৰাহুলক দেখুওৱা পোষ্টাৰ লৈ এজন ব্যক্তিয়ে হাত পাতিলে।
Read More...