Breaking

জনপ্ৰিয় অভিনেতা কবিন্দ্ৰ দাস কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন ! ৰাইজৰ সহায় বিচাৰি কাতৰ অনুৰোধ পৰিয়ালবৰ্গৰ…

0 140

এটা অতি দুঃখবৰ জনপ্ৰিয় অভিনেতা কবিন্দ্ৰ দাস কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।ৰং চেনেলযোগে প্ৰচাৰিত ‘বৰলা কাই’ লগতে

ধাৰাবাহিক ত ‘কেৰপা’ নামৰ এটি চৰিত্ৰত অভিনয় কৰি দৰ্শক শ্ৰোতাৰ হিয়াৰ আমঠু হৈ পৰা অভিনেতাজনক এতিয়া আপোনাৰ/মোৰ কিছু সহায়ৰ প্ৰয়োজন। যি যেনেকৈ পাৰে তেনেকৈ দি তেওঁক সহায় কৰাৰ অনুৰোধ পৰিয়ালবৰ্গৰ ।


তেখেতৰ বেংক একাউণ্ট G Pay No ৰ সবিশেষ তলত দিয়া হ’ল-
A/C No-20001694317
IFSC-SBIN0000028
G.Pay No-99542-73607.
(KABINDRA DAS)

Leave A Reply