Breaking

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে আজি কেকেৰ মৃত্যুৰ স্মৃতিত বেংগালুৰুত লাইভ সংগীত অনুষ্ঠানত গীত পৰিৱেশন কৰিব…

0 122

জনপ্ৰিয় কণ্ঠশিল্পী কেকেৰ মৃত্যুৰ স্মৃতিত আজি বেংগালুৰুত লাইভ সংগীত অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব ।

এই অনুষ্ঠানত উপস্থিত থাকিব অসমৰ হাৰ্টথ্ৰব জুবিন‌ গাৰ্গ । তেওঁৰ স্মৃতিত জুবিন গাৰ্গে কেকে‌ৰ কণ্ঠৰ কেইটামান সংগীত বেংগালুৰুৰ দৰ্শকৰ সন্মুখত পৰিৱেশন কৰিব ।

লগতে এই অনুষ্ঠানত উপস্থিত থাকিব বহু‌ ভাৰতৰ বহুত সংগীত শিল্পী আৰু গীতিকাৰ কুনাল গাঞ্জাৱালা, জুবিন গাৰ্গ, আৰু গীতিকাৰ মেহবুব আলম, নকুল কৃষ্ণ সংগীত, তামৰা কৃষ্ণ আৰু সুপ্ৰতীক ঘোষ ।

এই লাইভ সংগীত অনুষ্ঠানৰ জৰিয়তে কেকেৰ ব্যক্তিগত সংগীত দলটোৱে কেকেৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনাব ।

Leave A Reply