January 15, 2026 Pradip Baruah: প্রান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱাৰ দেহাৱসান প্রান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱাৰ দেহাৱসান Share FacebookTwitterWhatsAppTelegramKooEmail প্রান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱাৰ দেহাৱসান।(Pradip Baruah) বুধবাৰে ৮৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰদীপ বৰুৱাই। আজি পুৱা ৮ বজাত নিজা বাসভৱনলৈ অনা হ’ল ‘প্ৰান্তিকৰ পিতৃ’ প্ৰদীপ বৰুৱাৰ নশ্বৰ দেহ। আজি নৱগ্ৰহত হ’ব শেষকৃত্য। Author: দৈনন্দিন বাৰ্তা Related Articles ৩১ নিযুততকৈ অধিক লোকে ডাউনলোড কৰিলে আধাৰ এপ দৈনন্দিন বাৰ্তা - June 25, 2026 এক লাখ টন থলুৱা মাছৰ উৎপাদনেৰে নিবনুৱা সংস্থাপনৰ লক্ষ্য বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ দৈনন্দিন বাৰ্তা - June 25, 2026 খৰাঙে গ্ৰাস কৰিব নেকি দেশকঃ জুন মাহত সমগ্ৰ দেশত হ্ৰাস পাইছে ৪২ শতাংশ বৰষুণ দৈনন্দিন বাৰ্তা - June 25, 2026