December 1, 2020 JEE কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড প্ৰদীপ কুমাৰক ১০ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ Share FacebookXWhatsAppTelegramKooEmail আৰক্ষী জিম্মালৈ প্ৰেৰণ JEE কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড প্ৰদীপ কুমাৰক । চি জে এম আদালতে ১০ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে কুমাৰক । অসম আৰক্ষীয়ে দিল্লীৰ পৰা দেওবাৰে গ্ৰেপ্তাৰ কৰিছিল প্ৰদীপ কুমাৰক । Author: দৈনন্দিন বাৰ্তা Related Articles ৩৬ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ছেপাক টাক্ৰ’ চেম্পিয়নশ্বিপঃ অসমৰ মহিলা দলৰ স্বৰ্ণ, পুৰুষত ব্ৰঞ্জৰ পদক অৰ্জন দৈনন্দিন বাৰ্তা - November 6, 2026 আন্তঃৰাষ্ট্ৰীয় মডেলিং প্ৰতিযোগিতাত উজলিল লামডিঙৰ ১৪গৰাকী প্ৰতিযোগীঃ মালদাৰ মঞ্চত বিশেষ সন্মান অৰ্জন কাকুলি মজুমদাৰ আৰু ছাদিকা দাসৰ, বৰ্ষা লোদ আৰু ৰাজদ্বীপ বণিকৰো উল্লেখযোগ্য সাফল্য দৈনন্দিন বাৰ্তা - November 6, 2026 আজি উচ্চতম ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি দৈনন্দিন বাৰ্তা - November 6, 2026