Breaking

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ তেজপুৰ বিশ্ববিদ্যালয়ত ১৯ তম সমাৱৰ্তন অনুষ্ঠানত অংশ গ্ৰহণ

0 83

ৰাষ্ট্ৰপতি কোবিন্দে তেজপুৰ বিশ্ববিদ্যালয়ত ১৯ তম সমাৱৰ্তন অনুষ্ঠানত অংশ গ্ৰহণ কৰে ।ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি তেজপুৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে য’ত তেওঁ মুখ্য অতিথি হিচাপে ১৯ তম সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে।

সমাৱৰ্তনঅনুষ্ঠানত মুঠ 1,260 জন শিক্ষাৰ্থীক বিভিন্ন শাখাত ডিগ্ৰী প্ৰদান কৰা হৈছিল।অনুষ্ঠানটোত ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছিল।অনুষ্ঠানটোত ভাষণ দি ৰাষ্ট্ৰপতি কোবিন্দে কয় যে তেজপুৰ বিশ্ববিদ্যালয়ৰ উৎকৃষ্টতাৰ কেন্দ্ৰ হোৱাৰ সম্ভাৱনা আছে।

ৰাষ্ট্ৰপতি কোবিন্দে কৈছিল যে , বিশ্ববিদ্যালয়খনে ৰাজ্যখনত জৈৱিক কৃষিৰ প্ৰচাৰত ভূমিকা পালন কৰিব পাৰে।

Leave A Reply