Breaking

ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দৰ কনভয়ৰ খুন্দাত নিহত এজন

0 2,061

ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দ বহুকেইটা কাৰ্যসূচীলৈ তিনিদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ আহিছিল।আজি ৰাষ্ট্ৰপতিৰ কাজিৰঙা ভ্ৰমণত ঘটে অঘটন।ৰাষ্ট্ৰপতিৰ গাড়ী খুন্দাত নিহত হয় এজন ব্যক্তি।

তেওঁৰ কনয়ভয়ৰ গাড়ীৰ খুন্দাত বোকাখাতৰ এজন লোকৰ মৃত্যু। বোকাখাতৰ মিলনপুৰৰ ৰামেশ্বৰ ৰবি দাসৰ মৃত্যু হয়। ৰামেশ্বৰ ৰবি দাসৰ গাৰ ওপৰেৰে লৈ যায় ৰাষ্ট্ৰপতিগৰাকীৰ কনভয়ৰ ৩ খনকৈ বাহন

Leave A Reply