Breaking

ত্ৰিপুৰাৰ আগৰতলাৰ ৰাজ্যিক অতিথিশালাত উপস্থিত অধ্যক্ষ জে.পি.নদ্দা। মুখ্য়মন্ত্ৰীৰ উস্ম আদৰণি…

0 66

ঐতিহাসিক ত্ৰিপুৰাৰ আগৰতলাৰ ৰাজ্যিক অতিথিশালাত উপস্থিত হোৱা ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে.পি.নদ্দাক উস্ম আদৰণি জনাই অসমৰ মুখ্য়মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই।

আদৰণীয় বিজেপি দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে.পি.নদ্দা ত্ৰিপুৰাত উপস্থিতিয়ে ৰাজ্যত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত বিজেপিৰ ত্ৰিপুৰা কৰ্মকৰ্তাসকলৰ মাজত নতুন মনোভাৱৰ সঞ্চাৰ কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা।

Leave A Reply