সমৰকলাবিদ সঞ্জীৱ বৰাক ৰাজহুৱা সম্বৰ্ধনা…

সমৰকলাবিদ সঞ্জীৱ বৰাক ৰাজহুৱা সম্বৰ্ধনা।


খনিকৰ (মিছামৰা)অল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমিৰৰ সৌজন্যত এই সম্বৰ্ধনা।


অসম ৰাজ্যিক কাৰাটে সন্থাত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল সমৰকলাবিদ সঞ্জীৱ বৰাই।


লগতে খঙ্গীয়া অল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমিৰ উদ্যোগত অনুষ্ঠিত হোৱা অনলাইন কেৰাটে প্ৰতিযোগিতাৰ ফলাফলৰ পুৰস্কাৰ বিতৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।


দেৰগাঁৱৰ খনিকৰ মাধৱদেৱ পুথিভঁৰাল ৰঙ্গমঞ্চত এই সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।

Related Articles