Breaking

বৰষুণৰ বতৰঃ পাকঘৰত কি ৰান্ধিব? চিন্তাত পৰিছে নেকি…

0 33

বৰষুণ দিলেই কোৰিয়ানসকলৰ দৰে ভজা খাদ্যৰ বাবে হাহাকাৰ কৰে নেকি? বৰষুণৰ বতৰত যিকোনো ধৰণৰ ৰোগৰ পৰা হাত সাৰিবলৈ বাৰিষাৰ সঠিক খাদ্য গ্ৰহণ কৰাটো প্ৰয়োজনীয়। আনহাতে বৰষুণৰ বতৰত অলপ বেলেগ খাদ্য খাবলৈও নিশ্চয় মন যায় নহয় নে?

“চূপ, চাহ, কফি, আৰু অন্যান্য গৰম বস্তু খাব পাৰে বৰষুণৰ বতৰত। জিভাৰ সোৱাদৰ লগতে কাহ, চৰ্দি আৰু ডিঙিৰ সমস্যা দূৰ কৰাত সহায় কৰে এই পানীয়ই।

হাঁহ-কুকুৰা মাংস, আলু, মটৰ, কৰ্ণেৰে ভৰা এটা ৰেচিপি বনাব পাৰে, যাতে আপুনি ৰাতিৰ আহাৰত পৰিবেশন কৰিব পাৰে আৰু।

আনহাতে পাচটা খাব পাৰে। দুবিধ পনিৰৰ চীজ পাচটা বৰষুণৰ বতৰত খাবলৈ অতি উত্তম।


Leave A Reply