Breaking

ৰাজীৱ গান্ধীৰ হত্যাকাৰীক ৰেহাই উচ্চতম ন্যায়ালয়ৰ

0 58

প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডত জড়িত ছয় হত্যাকাৰীক ৰেহাই ঘোষনা উচ্চতম ন্যায়ালয়ৰ। দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈছিল থকা এই ছয় অপৰাধী হৈছে নলিনী শ্ৰীহাৰ, ৰবাৰ্ট পাইচ,ৰবিচন্দ্ৰন, সুঠেনথিৰা ৰাজা, চান্হান শ্ৰীহৰণ, মোৰোগান আৰু জয় কুমাৰ। উল্লেখযোগ্য যে দেহৰক্ষীৰ গুলীত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে অকালতে মৃত্যুক সাবটি লোৱাৰ পিছত পাইলট হিচাপে কৰ্মৰত পুত্ৰ ৰাজীৱ গান্ধীক কংগ্ৰেছ দলে প্ৰধানমন্ত্ৰীৰ আসনত বহুৱাইছিল। কিন্তু এক জনসভাত উগ্ৰপন্থীৰ আক্ৰমণত ৰাজীৱ গান্ধীৰো মৃত্যু হৈছিল। এই হত্যাকাণ্ডৰ লগত জড়িত আছিল তামিল উগ্ৰপন্থী। উচ্চতম ন্যায়ালয়ে ছয় অপৰাধীক ৰেহাই দিয়াৰ আহিব মুকলি আকাশৰ তললৈ।

Leave A Reply